ETV Bharat / state

বঙাইগাঁৱৰ গোলাপাৰাত জব্দ কাঠফলা মিল

author img

By

Published : Apr 29, 2021, 7:04 AM IST

বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত বন বিভাগৰ গোপন অভিযানত জব্দ এটা কাঠফলা মিল ৷ দীৰ্ঘদিন ধৰি ইয়াকুব আলী আৰু শ্বাহজাহান আলী নামৰ দুই চোৰাং কাঠ বেপাৰীয়ে জব্দ হোৱা কাঠফলা মিলটোত অবৈধভাৱে ব্যৱসায় চলাই আহিছিল ।

গোলাপাৰাত জব্দ কাঠফলা মিল
গোলাপাৰাত জব্দ কাঠফলা মিল

জনীয়া,29 এপ্ৰিল: বুধবাৰে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত বন বিভাগে চলাই এক গোপন অভিযান ৷ এই অভিযানত জব্দ হয় এটা কাঠফলা মিল ৷

উল্লেখ্য যে, অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি ইয়াকুব আলী আৰু শ্বাহজাহান আলী নামৰ দুই চোৰাং কাঠ বেপাৰীয়ে জব্দ হোৱা কাঠফলা মিলটোত অবৈধভাৱে ব্যৱসায় চলাই আহিছিল । বন বিভাগে গোপন সূত্ৰৰ পম খেদি কাঠফলা মিলটো জব্দ কৰিবলৈ সক্ষম হয় ।

গোলাপাৰাত জব্দ কাঠফলা মিল

ইফালে জব্দ হোৱা কাঠফলা মিলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বাধা প্ৰদান কৰে বন মাফিয়াই । বন মাফিয়া ৰেহান আলীয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: শোণিতপুৰৰ ঘগৰাত ভূমিকম্পৰ ফলত মাটি ফাটি ওলালে পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.