ETV Bharat / state

কলগাছিয়াত বন বিভাগৰ উচ্ছেদ অভিযান ! জব্দ লক্ষাধিক টকাৰ কাঠ

author img

By

Published : Dec 29, 2019, 1:34 AM IST

মিল উচ্ছেদ কৰাৰ লগতে জব্দ কৰে মেচিনসহ লক্ষাধিক টকাৰ কাঠ ৷ কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত বহু ঠাইত অবৈধ কাঠ ফলা মিল গোপনে চলাই থকা বুলি জানিব দিয়ে স্থানীয় ৰাইজে ৷

মিল উচ্ছেদ
মিল উচ্ছেদ

কলগাছিয়া, 28 ডিচেম্বৰ: আজি পূৱ কলগাছিয়াত বন বিভাগ আৰু SSB জোৱানে এক অভিযান চলাই এটা বৃহৎ কাঠৰ মিল উচ্ছেদ কৰে ৷ মিল উচ্ছেদ কৰাৰ লগতে জব্দ কৰে মেচিনসহ লক্ষাধিক টকাৰ কাঠ ৷

পূৱ কলগাছিয়াত বৃহৎ কাঠৰ মিল উচ্ছে

উল্লেখ্য যে, এই অভিযান চলায় বৰপেটা ৰোড আঞ্চলিক বনবিভাগৰ নিৰ্দেশ মৰ্মে সৰভোগ বন শাখা বিষয়া ভূৱেন চন্দ্ৰ ডেকাৰ নেতৃত্বত আৰু হাউলীৰ 64তম BN SSB জোৱানৰ এটা শক্তিশালী দলে ৷ কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত বহু ঠাইত বৰ্তমানেও অবৈধ কাঠ ফলা মিল গোপনে চলাই থকা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত ৰাহুল গান্ধী

Intro:slug: as_jania_28dec_kath_mill_ussed_vis2+byt1+pho1_story_asc10058

Anchor: কলগাছিয়াত বন বিভাগৰ অভিযানত অবৈধ কাঠ ফলা মিল জব্দ। অভিযানত লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা উদ্ধাৰ।Body:slug: as_jania_28dec_kath_mill_ussed_vis2+byt1+pho1_story_asc10058

VO : পূৱ কলগাছিয়াত বন বিভাগ আৰু SSB জোৱানৰ অভিযান । এই অভিযানত এটা অবৈধ কাঠফলা মিলৰ ভেটি উচ্ছেদ কৰাৰ লগতে মেচিন সহ লক্ষাধিক টকাৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়। অভিযানত বৰপেটা ৰোড আঞ্চলিক বনবিভাগৰ নিৰ্দেশ মৰ্মে সৰভোগ বন শাখা বিষয়া ভূৱেন চন্দ্ৰ ডেকাৰ নেতৃত্বত আৰু হাউলীৰ 64th BN SSB জোৱানৰ এটা শক্তিশালী দলে অবৈধ কাঠফলা মিল উচ্ছেদ কৰে। বন বিভাগৰ এই অভিযান চলিয়েই থাকিব বুলি সাংবাদিকক জানিবলৈ দিয়ে। উল্লেখ্য যে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বহু ঠাইত অবৈধ কাঠ ফলা মিল গোপনে চলাই থকা বুলি জানিব দিয়ে ৰাইজে। গতিকে বন বিভাগক অবৈধ মিল উচ্ছেদ কৰিবলৈ আহ্বান জনায়।Conclusion:slug: as_jania_28dec_kath_mill_ussed_vis2+byt1+pho1_story_asc10058

Byte : বন বিষয়াৰ মন্ত্যব্য ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.