ETV Bharat / state

ভূৱা প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত পঞ্চায়ত সদস্য

পঞ্চায়তৰ সদস্যক এগৰাকী বিধৱা মহিলাই প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰপেটাৰ বাঘবৰ সমষ্টিৰ ৯০ নং সোণাবাড়ী গাঁও পঞ্চায়তত । সোণাবাড়ী গাঁৱৰ পঞ্চায়তৰ সদস্য গৰাকীৰ নাম মফিদুল ইছলাম । গাঁৱে-গাঁৱে ঘূৰি বিধৱা মহিলাসকলক ভূৱা প্ৰলোভন দি বৃহৎ পৰিমাণৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল মফিদুলৰ বিৰুদ্ধে ৷

author img

By

Published : May 21, 2021, 7:08 PM IST

মিছা প্ৰলোভনেৰে টকা সংগ্ৰহ কৰি ৰাইজৰ ৰোষত পঞ্চায়তৰ সদস্য

জনীয়া,21 মে': এগৰাকী পঞ্চায়তৰ সদস্যক বিধৱা মহিলাই প্ৰহাৰ কৰা ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ ৯০ নং সোণাবাড়ী গাঁও পঞ্চায়তত । সোণাবাড়ী গাঁও পঞ্চায়তৰ সদস্য গৰাকীৰ নাম মফিদুল ইছলাম । গাঁৱে-গাঁৱে ঘূৰি বিধৱা মহিলাসকলক মিছা প্ৰলোভন দি বৃহৎ পৰিমাণৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল মফিদুল ইছলামৰ বিৰুদ্ধে ৷

ভূৱা প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত পঞ্চায়ত সদস্য

অভিযোগ অনুসৰি এগৰাকী বিধৱা মহিলাই মফিদুলৰ ওচৰত টকা ঘূৰাই বিচৰাত মহিলা গৰাকীক দুৰ্বৱহাৰ কৰে ৷ যাৰ বাবে মহিলা গৰাকীয়ে সদস্য গৰাকীক ৰাইজৰ সন্মুখতে প্ৰহাৰ কৰে । এইক্ষেত্ৰত বিধৱা মহিলা গৰাকীৰ সমৰ্থনত কলগাছিয়া জিলা আমছুৰ সাধাৰণ সম্পাদক শ্বাহজাহান আলীয়ে পঞ্চায়ত সদস্য মফিদুল ইছলামৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় ।

লগতে পঢ়ক: ক’ভিড পৰিস্থিতি সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.