ETV Bharat / state

পাচলিৰ ট্ৰাকত সৰবৰাহ কৰা হয় সুৰা - গোৱৰ্দ্ধনা আৰক্ষী

পাচলিৰ ট্ৰাকত উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা ৷ বৰপেটা ৰোডৰ পৰা মিজোৰামলৈ লৈ যোৱাৰ সময়তে গোৱৰ্দ্ধনা আৰক্ষীৰ সফলতা ৷ জব্দ সুৰা ভৰ্তি ট্ৰাক ৷

পাচলিৰ ট্ৰাকত এইবাৰ সুৰা
author img

By

Published : May 16, 2019, 4:38 PM IST

বৰপেটা, 16 মে’: বাক্সাৰ শিমলাগুৰীত বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় গোৱৰ্দ্ধনা আৰক্ষীয়ে ৷ বৰপেটা ৰোডৰ নিকটৱৰ্তী শিমলাগুৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত AS-01HC-4437 নম্বৰৰ ট্ৰাকখন পৰা গোৱৰ্দ্ধনা আৰক্ষীৰ নিয়মীয়া তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ সুৰাখিনি ৷

পাচলিৰ ট্ৰাকত এইবাৰ সুৰা

উল্লেখ্য যে, ট্ৰাকখনত থকা ভিন্ন পাচলিৰ মাজত লুকুৱাই নিছিল বৃহৎ সংখ্যক সুৰাখিনি। জানিব পৰা মতে, সুৰাখিনি বৰপেটা ৰোডৰ পৰা মিজোৰামলৈ নিয়াৰ পৰিকল্পনা আছিল। পাচত গোৱৰ্দ্ধনা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালকজনক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে বৰপেটা ৰোডৰ পৰা দীৰ্ঘদিন ধৰি বহিঃৰাজ্যলৈ সৰবৰাহ হৈ আহিছে অবৈধ সুৰাৰ লগতে বিভিন্ন সা-সামগ্ৰী।

Intro:বাক্সাৰ শিমলাগুৰীত বৃহৎ পৰিমানৰ সুৰা জব্দ ৷ পাচলিৰ ট্ৰাকত বৰপেটাৰোডৰ পৰা মিজোৰামলৈ লৈ গৈ আছিল সুৰাখিনি ৷ গোৱৰ্দ্ধনা আৰক্ষীয়ে জব্দ কৰে ট্ৰাক ভৰ্তি সুৰা ৷ ট্ৰাক চালকক আটক ৷Body:বৰপেটাৰোডৰ নিকটৱৰ্তী শিমলাগুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱৰ্দ্ধনা আৰক্ষীৰ নিয়মীয়া তালাচী চলাই বৃহস্পতিবাৰে সুৰা ভৰ্ত্তী এখন ট্ৰাক জব্দ কৰে ৷ বৰপেটাৰোডৰ পৰা AS01-HC - 4437 নম্বৰৰ ট্ৰাকেৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাত জব্দ সুৰা ভৰ্ত্তী ট্ৰাকখন জব্দ কৰে আৰক্ষীয়ে। ট্ৰাকখনত থকা ভিন্ন পাচলিৰ মাজত লুকুৱাই নিছিল বৃহৎ সংখ্যক সুৰাখিনি । সুৰাখিনি বৰপেটাৰোডৰ পৰা মিজোৰামলৈ নিয়াৰ পৰিকল্পনা কৰিছিল। পাছত গোৱৰ্দ্ধনা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালকজনক আটক কৰে ৷ Conclusion:উল্লেখ্য যে বৰপেটাৰোডৰ পৰা দীৰ্ঘদিন ধৰি বহিঃৰাজলৈ সৰবৰাহ হৈ আহিছে অবৈধ সুৰাৰ লগতে বিভিন্ন সা সামগ্ৰী। গোৱৰ্দ্ধনা আৰক্ষীৰ এনে পদক্ষেপক বিভিন্ন জনে প্ৰশংসা কৰিছে ৷

Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
(Sorbhog)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.