ETV Bharat / state

বৰপেটাত 18 গৰাকী নিবনুৱা যুৱকক প্ৰদান চাৰিচকীয়া বাহন - বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ

ৰাজ্যৰ নিবনুৱাসকলক সংস্থাপন দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে সমগ্ৰ গ্ৰাম্য পৰিবহণ আঁচনি ৷ বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বাহন প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আৰু পৰিবহণ বিষয়া হিমাঞ্চু দাস ৷

vehicle-distribution-at-barpeta
বৰপেটাত 18গৰাকী নিবনুৱা যুৱকক প্ৰদান চাৰিচকীয়া বাহন
author img

By

Published : Dec 8, 2020, 2:27 PM IST

বৰপেটা,8 ডিচেম্বৰঃ ৰাজ্যৰ নিবনুৱাসকলক সংস্থাপন দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে সমগ্ৰ গ্ৰাম্য পৰিবহণ আঁচনি ৷ মঙলবাৰে এই আঁচনিৰ জৰিয়তে বৰপেটাতো ১৮ গৰাকী নিবনুৱা যুৱকক চাৰিচকীয়া বাহন প্ৰদান কৰা হয় ৷ বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বাহন প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আৰু পৰিবহণ বিষয়া হিমাঞ্চু দাস ৷

বৰপেটাত 18গৰাকী নিবনুৱা যুৱকক প্ৰদান চাৰিচকীয়া বাহন

উল্লেখ্য যে, ৰাজ্য চৰকাৰে নিবনুৱাক সংস্থাপন আৰু গ্ৰামাঞ্চলৰ যাতায়াত ব্যৱস্থা সূচল কৰাৰ উদ্দেশ্যৰে ২৫ শতাংশ ৰাজ সাহাৰ্য প্ৰদানেৰে এই আঁচনিত সাঙুৰি লোৱা হ'ব ৰাজ্যৰ ১০ হাজাৰখন গাঁৱৰ ১০ হাজাৰজন নিবনুৱাক ৷

লগতে পঢ়কঃ বিটিচি নিৰ্বাচন : বাক্সাত সাব্যস্ত ৮০ শতাংশ ভোটদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.