ETV Bharat / state

পহিলা জানুৱাৰীত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৰাজ্যজুৰি - পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৰাজ্যজুৰি

পহিলা জানুৱাৰী অৰ্থাৎ 2020 চনৰ প্ৰথম দিনটোতে ৰাজ্যৰ ভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত শ্বদীদ হোৱা পাঁচ গৰাকীকৈ শ্বহীদক ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷

শ্বহীদক শ্ৰদ্ধাঞ্জলি
পহিলা জানুৱাৰীত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৰাজ্যজুৰি
author img

By

Published : Jan 1, 2020, 11:24 PM IST

মৰাণ, ১ জানুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মৰাণ আঞ্চলিকৰ উদ্যোগত শ্বহীদৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন ৷ বুধবাৰে সন্ধিয়া মৰাণ নগৰৰ ট্ৰেফিক পইণ্টৰ সমীপত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ পাঁচ গৰাকীকৈ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায় ৷ মৰাণৰ বিশিষ্ট নাগৰিক মানিক ৰাজকোঁৱৰে বন্তি প্ৰজ্বলৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰাৰ পাছতে সমবেতসকলে সমূহীয়াভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্বহীদ কেইগৰাকীক ৷

পহিলা জানুৱাৰীত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৰাজ্যজুৰি

বৰপেটা, ১ জানুৱাৰীঃ বৰপেটাত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৷ বছৰটোৰ পহিলা দিনটোত শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই জাতীয় অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ সংকল্প গ্ৰহন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ এই সংকল্পৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক অধিক গণতান্ত্ৰিক আৰু সংঘবদ্ধভাৱে আগবঢ়াই নিয়াৰো সংকল্প গ্ৰহন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠনটোৱে ৷

জনীয়া, 1 জানুৱাৰীঃ ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে কলগাছিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কলগাছিয়াৰ ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত শ্বহীদ হোৱা পাঁচ গৰাকীকৈ শ্বহীদক ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত চৰকাৰৰ এই হিটলাৰি নীতিক সকলোৱে ধিক্কাৰ দিয়াৰ লগতে কোনো কাৰণতে কা মানি লোৱা নহ'ব বুলিও মন্তব্য কৰে ৷

Intro:

প্ৰতিবেদক, মৰাণ ; ১ জানুৱাৰী :

সদৌ অসম ছাত্ৰ সন্থা আহ্বানত মৰাণ আঞ্জলিকৰ উদ্যোগত আজি সন্ধিয়া মৰাণ নগৰৰ ট্ৰেফিক পইণ্টৰ সমীপত সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ ছগৰাকী শ্বহীদৰ প্ৰতিকৃতিত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ মৰাণৰ বিশিষ্ট নাগৰিক মানিক ৰাজকোঁৱৰে বন্তি প্ৰজ্জ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মৱকলি কৰাৰ পাছতে সমবেতসকলে সমূহীয়াভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ শ্বহীদ দিপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, দীজন্দ্ৰ পাংগিং, ঈশ্বৃৰ নায়ক, আব্দুল আলিম আৰু গজেন্দ্ৰ বৰুৱাৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জনাই মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ক্ৰমে হাডি মোস্তাক হুচেইন, ড৹ যতীন চুতীয়া, সাংবাদিক ক্ৰৈলোক্য চেতিয়া, অসম কলেজ শিক্ষক সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অধ্যাপক তুলসী দাস, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি ৰঞ্জিত চাংমাই, অসম আন্দোলনৰ ছাত্ৰনেতা পৱিত্ৰ চুতীয়া, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দেৱজিত গগৈ আদিয়ে সংশোধিত নাগৰিকত্ব আইন কোনো কাৰণতে কেতিয়াও মানি নোলেৱাৰ সংকল্প গ্ৰহণ কৰে ৷ শ্বহীদৰ আত্মাই যাতে শান্তি পায়, তাৰবাবে অসমবাসীয়ে আইনখন বিৰোধিতা কৰি যাবলৈ আৰ্বান জনায় ৷

Byte - মৰাণ আঞ্চলিক ছাত্ৰ সন্থা সভাপতি
Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.