ETV Bharat / state

কাউৰজাহীত কালভাৰ্ট নিৰ্মাণক লৈ তীব্ৰ যানজঁট

কলগাছিয়াৰ কাউৰজাহীত উত্তেজনা । পথ বন্ধক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ যানজঁটৰ ৷ ব্যাহত হৈ পৰে সম্পূৰ্ণ যাতায়ত ব্যৱস্থা । ফুট ব্ৰীজ নিৰ্মাণ নকৰাকৈ কালভাৰ্টৰ কাম কৰাত সৃষ্টি হৈছে এই পৰিস্থিতিৰ ।

traffic in kaurjahi regarding pull building
কাউৰজাহীত কালভাৰ্ট নিৰ্মানক লৈ তীব্ৰ যানজট
author img

By

Published : Apr 14, 2021, 5:42 PM IST

জনীয়া,14 এপ্ৰিল: কলগাছিয়াৰ কাউৰজাহীত উত্তেজনা । পথ বন্ধক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ যানজঁটৰ ৷ ব্যাহত হৈ পৰে সম্পূৰ্ণ যাতায়ত ব্যৱস্থা । ফুট ব্ৰীজ নিৰ্মাণ নকৰাকৈ কালভাৰ্টৰ কাম কৰাত সৃষ্টি হৈছে এই পৰিস্থিতিৰ । কলগাছিয়াৰ পৰা কাউৰজাহী হৈ মোৱামাৰীলৈ যোৱা পিএমজিএছওৱাই পথত কাউৰজাহীত এটা কালভাৰ্ট নিৰ্মাণৰ কাম চলি আছিল ৷

কাউৰজাহীত কালভাৰ্ট নিৰ্মাণক লৈ তীব্ৰ যানজঁট

উল্লেখ্য যে, কাম চলি থকাৰ সময়ত কৰ্তৃপক্ষই কোনো ফুট ব্ৰীজ নিৰ্মাণ নকৰাকৈ মানুহৰ ব্যক্তিগত মাটিৰ ওপৰেদি বিকল্প যাতায়াতৰ ব্যৱস্থা কৰি দিছিল ৷ বুধবাৰে মাটিৰ মালিকে বিকল্প ৰাস্তাটোত বাঁহৰ বেৰ দি বন্ধ কৰি দিয়াৰ ফলত ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা । ফলত পথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি । কালভাৰ্ট নিৰ্মাণৰ কাম লেহেমীয়া গতিত চলিছে বুলি ৰাইজে অভিযোগ কৰাৰ লগতে শীঘ্ৰে বিকল্প পথৰ ব্যৱস্থা কৰি দিবলৈ ৰাইজে দাবী জনায় ।

লগতে পঢ়ক: বাইহাটাতো পৰম্পৰা ৰক্ষা কৰি গৰু বিহু পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.