ETV Bharat / state

কলগাছিয়াৰ দেউকুৰাত আটক নম্বৰ বিহীন ট্ৰেক্টৰ - bridge

বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী এলেকা গুনিয়ালগুৰি আৰু কোকিলা সংযোগী মৰা মানাহৰ ওপৰত নিৰ্মীয়মান পকী দলং খনৰ ৰড সমূহ অবৈধ ভাৱে এখন নম্বৰ বিহীন ট্ৰেক্টৰেৰে লৈ যোৱাৰ সন্দেহত ৰাইজে ট্ৰেক্টৰখন আটক কৰে ।

কলগাছিয়াৰ দেউকুৰাত আটক নম্বৰ বিহীন ট্ৰেক্টৰ
author img

By

Published : Jun 29, 2019, 10:34 AM IST

জনীয়া, ২৯ জুন: কলগাছিয়াৰ দেউকুৰাত শনিবাৰে ৰাইজে এখন ট্ৰেক্টৰ আটক কৰি আৰক্ষীক গতাই দিয়ে । বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী এলেকা গুনিয়ালগুৰি আৰু কোকিলা সংযোগী মৰা মানাহৰ ওপৰত নিৰ্মীয়মান পকী দলং খনৰ ৰড সমূহ অবৈধ ভাৱে লৈ যোৱাৰ সন্দেহত ৰাইজে নম্বৰ বিহীন ট্ৰেক্টৰখন আটক কৰে ।

কলগাছিয়াৰ দেউকুৰাত আটক নম্বৰ বিহীন ট্ৰেক্টৰ

দলং নিৰ্মাণৰ বাবে অনা ৰড সমূহ চোৰাং বজাৰত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰি ৰাইজে ট্ৰেক্টৰখন কলগাছিয়া আৰক্ষীক গতাই দিয়ে । উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে আধাৰশিলা স্থাপন কৰা এই দলং খনৰ ঠিকা লাভ কৰিছিল বিধায়ক গৰাকীৰ নিজ পুত্ৰ আৰু জনৈক খন্দকাৰ নামৰ এজন লোকে । অভিযোগ অনুসৰি শামুকীয়া গতিৰে কাম চলি থকা বাবে এই দলংখনৰ নিৰ্মাণৰ কাম আধৰুৱা হৈ আছে । ইপিনে কিছুদিন ধৰি নিৰ্মাণৰ কাম বন্ধ হৈ পৰাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে । দলঙৰ ৰড সমূহ এনেদৰে আন ঠাইলৈ লৈ যোৱাত ৰড সমূহ চোৰাং বজাৰত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে । কলগাছিয়া আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

Intro:slug: as_jania_29jun_tractor_saized_story_vis2+byt3_asc10058

জনীয়া, ২৯ জুন: কলগাছিয়াৰ দেউকুৰাত এখন ট্ৰেক্টৰ ৰাইজে আটক কৰি গতাই দিলে আৰক্ষীক।Body:slug: as_jania_29jun_tractor_saized_story_vis2+byt3_asc10058

বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্ত্তী এলেকা গুনিয়ালগুৰি আৰু কোকিলা সংযোগী মৰা মানাহৰ ওপৰত নিৰ্মীয়মান পকী দলঙৰ ৰড সমূহ অবৈধ ভাৱে এখন নম্বৰ বিহীন ট্ৰেক্টৰেৰে লৈ যোৱা অৱস্থাত চুৰিৰ সন্দেহত ৰাইজে আটক কৰে ট্ৰেক্টৰটো। এই ঘটনাক কেন্দ্ৰ কৰি এক হুৱাদুৱাৰ সৃষ্টি হয়। পিছত দলং নিৰ্মাণৰ বাবে অনা ৰড সমূহ চুৰাং বজাৰত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰি ট্ৰেক্টৰ সহ কলগাছিয়া আৰক্ষীক গতাই দিয়ে। উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে আধাৰ শিলা স্থাপন কৰা দলং খনৰ ঠিকা লাভ কৰিছিল বিধায়ক গৰাকীৰ নিজ পুত্ৰ আৰু জনৈক খন্দকাৰ নামৰ এজন ব্যক্তিয়ে। শামুকীয়া গতিৰে কাম চলি থকাত আধৰুৱা হৈ আছে দলংখন। কিছুদিন ধৰি কাম বন্ধ হৈ পৰাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে। এনে ক্ষেত্ৰত দলঙৰ ৰড সমূহ মনে মনে অইন ঠাইলৈ লৈ যোৱাত চোৰাং বজাৰত বিক্ৰীৰ সন্দেহ কৰিছে ৰাইজে। কলগাছিয়া আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ব কৰিছে সেয়ে তদন্তত কি ওলায় সেয়া লক্ষনীয় হৱ।Conclusion:slug: as_jania_29jun_tractor_saized_story_vis2+byt3_asc10058

বাইট: ট্ৰেক্টৰৰ গৰাকী আৰু স্থানীয় ৰাইজ।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.