ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 30, 2022, 8:59 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

ৰাক্ষসিনীত আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী

গোৱালপাৰা আৰক্ষীৰ গুলীচালনা(Police firing at Goalpara) ৷ এই গুলীচালনাত আহত হৈছে আব্দুৰ ৰহমান ওৰফে ৰিংকু নামৰ এটা দুৰ্ধৰ্ষ অপৰাধী ৷

বিবাদমুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন : অমিত শ্বাহ

৫০ বছৰীয়া অসম-মেঘালয় সীমা বিব‍াদৰ সমাধানৰ চুক্তিত দুই ৰাজ্যৰ মুখ্যমন্ত্রীৰ স্বাক্ষৰ(mou signed between Assam Meghalaya cm)। ১২ টা বিবাদমান এলেকাৰ ৬ টাৰ মীমাংসা। চুক্তি অনুসৰি সীমান্তৰ মুঠ ৬ টা স্থান ক্ৰমে তাৰাবাৰী, গিজাং, হাহিম, বাকলাপাৰা, খানাপাৰা, পিলিংকাটা আৰু ৰাতাচেৰাকলৈ বুজাবুজিত উপনীত দুই ৰাজ্য।

টিংখাঙৰ পথাৰত জয়াৰ বিননি

এইবাৰ জেৰেঙাৰ পথাৰত নহয়, মাজনিশা টিংখাঙৰ পথাৰত জয়াৰ বিননি । 30 মাৰ্চ অৰ্থাৎ বুধবাৰে মাহমৰাৰ ১ নং থুলাই গাঁৱত ‘জয়া স্মৃতি দিৱস’ উদযাপন কৰা হ’ব (Jaya divash at Tingkhong) ৷ এই দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰৰ ৰচনা আৰু পৰাগ গগৈৰ পৰিচালনাৰ' জেৰেঙাৰ বিননি ' নামৰ এখন নাট মঞ্চস্থ হ'ব ৷

এপ্ৰিলৰ পৰা আৰম্ভ হ'ব জি এম চি এইচৰ 'হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ'

হৃদৰোগ আৰু স্নায়ুৰোগত আক্ৰান্ত অসমৰ ৰোগীসকলে বাহিৰলৈ নোযোৱাকৈ উপযুক্ত চিকিৎসা সেৱা লাভ কৰিব পৰাকৈ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছে ছুপাৰস্পেচিয়েলিটী চিকিৎসালয় । মঙলবাৰে চিকিৎসালয়খন মুকলিৰ বাবে চলোৱা প্ৰস্তুতি পৰ্বৰ পৰ্যালোচনা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই(Review meeting by health minister Keshab Mahanta)।

কেতিয়া হ’ব অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ বাবে আৱন্টিত ১০০০ কোটি টকাৰ প্ৰয়োগ ?

কেতিয়া হ’ব অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ (Tea workers in Assam and West Bengal) বাবে আৱন্টিত ১০০০ কোটি টকাৰ প্ৰয়োগ ? অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে আৱন্টিত এই ধন সন্দৰ্ভত সংসদীয় কমিটিয়ে দাখিল কৰিছে প্ৰতিবেদন ৷

বিকি আলীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত

গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ কিশোৰী দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলীৰ আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত (Magistrate level probe order) ৷ অসম মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক দাখিল কৰিব পৰাকৈ অতিৰিক্ত জিলা দণ্ডাধীশক ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জিলা দণ্ডাধীশৰ ৷

ডিফুৰ পখিলা ইংতিপিলৈ 'স্পৰ্টচ এচিভাৰ এৱাৰ্ড'

কাৰ্বি আংলঙৰ বাবে আন এটি সুখবৰ । কাৰ্বি আংলঙৰ সুযোগ্যা কন্যা দক্ষ খেলুৱৈ সোণৰ পদক বিজয়ী পখিলা ইংতিপীলৈ আগবঢ়োৱা হৈছে 'স্পৰ্টচ এচিভাৰ এৱাৰ্ড ২০২২'(Sports Aceiver Award 2022) ৷ আমেৰিকাৰ ইউনিভাৰচিটি অফ গ্ল'ৱেল পীচ আৰু ইণ্টাৰনেছনেল ফ'ৰাম অফ এন্টি কৰাপছনে যুটীয়া ভাবে এই 'স্পৰ্টচ এচিভাৰ এৱাৰ্ড' আগবঢ়াইছে খেলুৱৈ গৰাকীলৈ ৷

US Budget 2023 : ইণ্ডো-পেচিফিক ৰণনীতিৰ বাবে আমেৰিকাৰ ১.৮ বিলিয়ন ডলাৰৰ প্ৰস্তাৱ

বাজেট দাখিলৰ সময়ত ৰাষ্ট্ৰপতি জ' বাইডেনে ইণ্ডো-পেচিফিক ৰণনীতিৰ বাবে ১.৮ বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰস্তাৱ আগবঢ়ায় । ইউক্ৰেইনৰ সহায়ৰ বাবে ৬৮২ নিযুত আমেৰিকান ডলাৰ প্ৰদানৰ প্ৰস্তাৱ ৰাখিছে আমেৰিকাই (US Budget provides USD 682 million for Ukraine)। চীনৰ কূটনীতি প্ৰতিৰোধৰ বাবে ৪০০ নিযুত আমেৰিকান ডলাৰৰ প্ৰস্তাৱো আগবঢ়াইছে চৰকাৰে ।

নগাঁৱত অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতি হস্ত-তাঁত বস্ত্ৰ মেলাৰ আয়োজন

নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত হৈছে এখন হস্ত-তাঁত বস্ত্ৰ মেলা । পিছে অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতি অসম চৰকাৰে অনুষ্ঠিত কৰিছে এই হস্ত-তাঁত বস্ত্ৰ মেলা (Insult to Assamese language)। যাৰ ফলত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনে ।

Rajya Sabha Election: কংগ্ৰেছক বিশ্বাসঘাটকতা কৰিলে এ আই ইউ ডি এফে

ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী ঐক্যত আউল লাগিছে । ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক এ আই ইউ ডি এফৰ বিধায়কে ভোট নিদিয়ে । এই কথা মঙলবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেলত স্পষ্ট হৈছে (AIUDF betrays Congress for Rajya Sabha election)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.