ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 29, 2022, 7:00 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Bye Bye Guwahati : এসপ্তাহৰ অন্তত গুৱাহাটী এৰি গ’লগৈ একনাথ সিন্দেৰ বিসম্বাদী গোট

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চাৰিখন মাৰ্চিডিজ বাছেৰে ৰেডিশ্বন ব্লু হোটেলৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ ৰাওনা হয় মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰ । গুৱাহাটীৰ পৰা পোনে পোনে গোৱালৈ যাব বিসম্বাদী বিধায়কসকল (MAHA rebel MLAs left Guwahati)।

Bihar politics : এইবাৰ বিহাৰতো বিসম্বাদৰ উকমুকনি

একেদিনাই AIMIMৰ ৪ বিধায়কে যোগদান কৰিলে RJD দলত (4 MLAs from AIMIM join RJD party)। ইয়াৰ লগে লগে RJDৰ বিধায়কৰ সংখ্যা হ'লগৈ ৮০ । বিহাৰ বিধানসভাৰ একক সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হ'ল RJD ।

Puri Rath yatra:পুৰীত নবজৌবন দৰ্শনৰ বাবে সমৱেত লক্ষ লক্ষ ভক্ত

পুৰীৰ ৰথ যত্ৰাত অংশ গ্ৰহণৰ বাবে সকলো ভক্তৰে থাকে এক সপোন । প্ৰতি বছৰে এই সপোন বাস্তৱত ৰূপায়নৰ বাবে সমৱেত হয় পুৰীত । বধবাৰে নৱযৌবন দৰ্শনৰ বাবে সমৱেত হ'ল লক্ষ লক্ষ ভক্ত । সকলো ৰীতি-নীতি পালন কৰাৰ পিছত দেৱতাসকলৰ 'পৰমণিকা দৰ্শন' ভক্তৰ (Paramanika Darshan)।

যান-বাহন আইন ভংগকাৰী আৰোহীৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষীৰ অভিযান

যান-বাহন আইন ভংগকাৰী আৰোহীৰ বিৰুদ্ধে তৎপৰ কলিয়াবৰ আৰক্ষী ৷ গাড়ীৰ ছিট-বেল্ট ব্যৱহাৰ নকৰা চালক তথা অৰোহী আৰু হেলমেট পৰিধান নকৰা একাংশক বাইক আৰোহীক জৰিমনা বিহিলে কলিয়াবৰ আৰক্ষীয়ে । নগাঁও জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে বুধবাৰে কলিয়াবৰ আৰক্ষীয়ে কলিয়াবৰ তিনিআলিত চলাই এক অভিযান ৷ এই অভিয়ানতে যান-বাহন আইন উলংঘা কৰা একাংশ চালক তথা আৰোহীক জৰিমনা বিহে কলিয়াবৰ আৰক্ষীয়ে (Kaliabor Police crackdown on traffic law violators) ৷

উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া হাইদৰ হুছেইন

মাটি-বাৰীৰ গোচৰত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হ'ল আৰক্ষী বিষয়া হাইদৰ হুছেইন (Police SI arrested on accused of demanding bribery) । মাটি-বাৰী গোচৰত এজন লোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰো অভিযোগ আৰক্ষী বিষয়া হাইদৰ হুছেইনৰ বিৰুদ্ধে । সোধপোচৰ পিছত আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ (Police SI arrested)।

ঐতিহ্যমণ্ডিত বাসুদেৱ থানত চোৰৰ লুটপাত: লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

জামুগুৰিহাটৰ কুসুমটোলাস্থিত ঐতিহ্যমণ্ডিত বাসুদেৱ থানত চুৰিকাণ্ড (Theft at religious places in Assam) ৷ মঙলবাৰে নিশা দুর্বৃত্তই থানৰ লোহাৰ গ্ৰীল ভাঙি সংঘটিত কৰে এই চুৰিকাণ্ড । নগদ ধনৰ লগতে থানত থকা সোণ-ৰূপৰ ফুলি লৈ উধাও হয় চোৰে (Thief looted huge amount of property from temple at Jamugurihat)৷

ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত শিৱসাগৰৰ ১৯ গৰাকী খেলুৱৈৰ পদক লাভ

পশ্চিমবংগৰ চালচাত অনুস্থিত হৈছিল ১১ সংখ্যক চাউথ এছিয়ান আচিহাৰা কাৰাটে প্ৰতিযোগিতা (11th South Asian Ashihara karate championship)। নাজিৰাৰ দুই খেলুৱৈৰ সোণৰ পদক লাভ । ২২ জনীয়া দলৰ ১৯ গৰাকী খেলুৱৈয়ে লাভ কৰিলে পদক । শিমলুগুৰি ষ্টেচনত দলটোক বিপুল আদৰণি ।

জোনাইত বান বিভীষিকা: বন্যাৰ্তৰ হাহাকাৰ

জোনাইত বৃদ্ধি পাইছে চিয়াং নদীৰ জলপৃষ্ঠ ৷ পবা বৰ্ষাৰণ্যতো সোমাইছে বাঢ়নী পানী ৷ ফেনে ফুটুকাৰে বাঢ়িছে চিয়াং, লালী, দিখাৰী, ব্ৰহ্মপুত্ৰ ৷ বানত জলমগ্ন হৈ পৰিছে বহু ৰাজহ গাঁও ৷ মানুহৰ লগতে পশুধনৰ বাবে অভাৱ হৈছে খাদ্য-বাসস্থানৰ ৷

ইস্ক-বিস্কত শ্বাহিদৰ সৈতে আলিছা সাহায় চৰিত্ৰটোৰে জনাজাত হোৱা অভিনেত্ৰী গৰাকী আক্ৰান্ত এক বিৰল ৰোগত

শ্বাহিদ কাপুৰৰ বিপৰীতে অভিনয় কৰি বলীউডত আত্মপ্ৰকাশ কৰা অভিনেত্ৰী শ্বেনাজ ট্ৰিজাৰী আক্ৰান্ত হৈছে এক বিৰল ৰোগত ৷ অভিনেত্ৰী গৰাকীয়ে নিজেই বৰ্ণনা কৰিছে তেওঁৰ মনৰ অনুভৱ ৷

আমিৰ খানে অসমৰ বানপীড়িতলৈ আগবঢ়ালে ২৫ লাখ

অসমত হোৱা বানপানীৰ ফলত এতিয়ালৈকে ১১৭ জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰে বানপানীত ১০০ জন আৰু ভূমিস্খলনৰ ফলত বাকী ১৭ জন লোকৰ মৃত্যু হৈছে (Assam flood update) । বানপীড়িতসকলৰ বাবে সহায় আগবঢ়াই অভিনেতা আমিৰ খানে ২৫ লাখ টকা দান কৰিছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে আমিৰক ধন্যবাদ জনাই প্ৰকাশ কৰিলে এই কথা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.