১৯ ছেপ্টেম্বৰত পুনৰ গ্ৰহণ কৰা হ’ব ‘কা’ৰ শুনানি
উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে নাগৰিকত্ব সংশোধনী আইনৰ শুনানি (SC adjourns CAA matter) ৷ অহা 19 ছেপ্টেম্বৰত পুনৰ এই বিষয়ত শুনানি গ্ৰহণ কৰা হ’ব ৷
ভিক্টৰ দাসৰ ঘৰত অভিযান চলাই লেপটপ জব্দ কৰিলে আৰক্ষীয়ে
ভিক্টৰ দাসৰ লেপটপ জব্দ কৰিলে আৰক্ষীয়ে ৷ যোৱা নিশা নিশা ভিক্টৰ দাসৰ ঘৰত চলিছিল আৰক্ষীৰ অভিযান ৷ শুকুৰবাৰে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে বৰ্তমান ৭ দিনৰ বাবে পাণবজাৰ আৰক্ষীৰ জিন্মাত আছে ।
বালাৰপাথাৰত বাল্যবিবাহৰ ঘটনা; ঘটনাস্থলীৰ পৰা পলায়ন নাবালক দৰা
কলগাছিয়াৰ বালাৰপাথাৰত বাল্যবিবাহৰ ঘটনা । স্বামীগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী নৱবিবাহিত নাবালিকা কন্যাক (Minor girl rescued from husband's home)। ইতিমধ্যে ঘটনা স্থলীৰ পৰা পলায়ন কৰিছে বাল্য বিবাহ কৰা দৰাৰূপী নাবালকজন ৷
অৰুণাচল সীমান্তত ভাৰতীয় সেনাৰ হাতত সংযোজন অত্যাধুনিক অস্ত্ৰ
মাৰাত্মক ঘাটক অস্ত্ৰ ইজৰাইল আৰু আমেৰিকাৰ পৰা চলিত বৰ্ষৰত লাভ কৰিবলৈ সক্ষম হৈছে (deadly killer weapons from Israel and US) । শেহতীয়াকৈ আমেৰিকাৰ পৰা লাভ কৰা চিগ ছাউৰ Seg ৰাইফল অৰুণাচল প্ৰদেশত অৱস্থিত সেনাৰ দুটা কোম্পানীৰ হাতত ৫০% উপলব্ধ হৈছে ।
জেহাদীৰ সন্দেহত আটক হোৱা ইক্ৰমূলৰ ভাড়াঘৰত উত্তেজনা
জেহাদীৰ সন্দেহত আটক হোৱা ইক্ৰমূলৰ ভাড়াঘৰত উত্তেজনাৰ সৃষ্টি ৷ তথ্য সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক বাধা একাংশ মহিলাৰ ৷
তিনিচুকীয়া আৰক্ষীৰ জালত অবৈধভাৱে সৰবৰাহ কৰা কাপোৰ ভৰ্তি ট্ৰাক
সমাগত দুৰ্গা পূজা । তাৰ পূৰ্বে সম্প্ৰতি কৰবিহীন কাপোৰৰ ব্যৱসায়ত নামি পৰিছে এটা চক্ৰ । এনে ধৰণেই বিগত কিছুদিন ধৰি তিনিচুকীয়াত চলি আছে কাপোৰৰ এখন অবৈধ ব্যৱসায় । উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে বহিঃৰাজ্যৰ পৰা ৰে'লেৰে কঢ়িয়াই অনা চালানবিহীন বৃহৎ পৰিমানৰ কাপোৰ জব্দ কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে । সোমবাৰে পুনৰ পুৱাৰ ভাগতে তিনিচুকীয়াৰ লোহিয়া পথত নথি বিহীন ভাৱে কঢ়িয়াই অনা কাপোৰ ভৰ্তি AS06 AC7366 নম্বৰৰ এখন ট্ৰাক জব্দ কৰে তিনিচুকীয়া আৰক্ষীয়ে (Police seized truck loaded with illegally smuggled clothes) ৷
সীমা সমস্যা সমাধানৰ দাবীত লখিমপুৰত KMSS ৰ পথ অৱৰোধ
অসম অৰুণাচল সীমান্তৰ সীমা সমস্য়াক লৈ আজিও উত্তাল লখিমপুৰ(Protest in Lakhimpur) । সোমবাৰে KMSS ৰ লখিমপুৰ জিলা সমিতিয়ে পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(KMSS protest in Lakhimpur) ।
অবাঞ্ছিত ঋণে দুৰ্বিষহ কৰিব পাৰে আপোনাৰ জীৱন
ঋণ লোৱাটো সহজ । কিন্তু তাৰ আগতে আমি সামান্য ত্যাগ কৰিবলৈ সাজু হ'ব লাগিব । দৰমহা, লভ্যাংশ, সুত আৰু অন্যান্য উৎসৰ পৰা ব্যয় আৰু উপাৰ্জনৰ মাজত ভাৰসাম্য ৰাখিব লাগে (balance between expenditure and income) । প্ৰয়োজনীয়তা, আকাংক্ষা আৰু বিলাসিতা পৃথক কৰিব লাগিব ।
জম্মু-কাশ্মীৰৰ হাইদৰপোৰা এনকাউণ্টাৰ সন্দৰ্ভত আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
"এবাৰ এটা মৃতদেহ কবৰ দিয়াৰ পিছত, ইয়াক আইনৰ জিম্মাত থকা বুলি গণ্য কৰা হয় (Custody of law) । আদালতৰ আইনত হস্তক্ষেপ ইয়াৰ উলংঘন হ'ব পাৰে । এবাৰ সমাধিস্থ হোৱাৰ পিছত মৃতদেহক আমনি কৰিব নালাগে ।"
Brahmastra box office collection:ব্ৰহ্মাস্ত্ৰৰ বক্স অফিচ কালেকচনক মিছা আখ্যা কংগনা ৰাণাৱটৰ
ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ অভিনীত ছবি ‘ব্ৰহ্মাস্ত্র’ৰ উপাৰ্জনৰ সন্দৰ্ভত মুখ খুলিছে কংগনা ৰাণাৱটে (Brahmastra box office collection) ।