ETV Bharat / state

3 বজাৰক সংবাদ শীৰ্ষ - AJYCP ৰ মানৱ শৃংখল

3 বজাৰক সংবাদ শীৰ্ষ

Top 10 at 3pm
Top 10 at 3pm
author img

By

Published : Jan 6, 2022, 3:05 PM IST

Revised Voter List of Assam : সংশোধনী ভোটাৰ তালিকাত বৃদ্ধি পালে ভোটাৰৰ সংখ্যা

সংশোধনী ভোটাৰ তালিকাত বৃদ্ধি পালে ভোটাৰৰ সংখ্যা ৷ ৰাজ্যৰ বিভিন্ন জিলাত বুধবাৰে সংশোধনী ভোটাৰ তালিকা প্ৰকাশ (Revised voter list publish in Assam) কৰিলে জিলা প্ৰশাসনে ৷

বুল্লী বাই এপৰ মূল ষড়যন্ত্ৰকাৰীক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ

দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীক অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে (main culprit of bulli bai app arrested) । দিল্লী আৰক্ষীৰ এটা অভিযানকাৰী দলে বৃহস্পতিবাৰে যোৰহাট আৰক্ষীৰ সহযোগত বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰে ৷

Entry restricted for tourists in Panimur : পানীমূৰত পৰ্যটকৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি

25 ডিচেম্বৰত নিমণি দাস নামৰ এগৰাকী 35 বছৰীয়া ব্যক্তি সন্ধানহীন হৈছিল পানীমুৰত ৷ এটা শিলৰ ওপৰত থিয় হৈ চেল্ফি লওঁতেই জলপ্ৰপাত পৰি যায় ব্যক্তিজন ৷ এই ঘটনাৰ পিছতে সষ্টম হৈ পৰে জিলা প্ৰশাসন ৷ সম্প্ৰতি, এই স্থানত পৰ্যটক নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে (Entry restricted for tourists in Panimur) ৷

নগাঁৱত "পোহৰ বিচাৰি" শীৰ্ষক গ্ৰন্থ উন্মোচন

দিব্যাংগসকলৰ বাবে এক সুখবৰ ৷ বুধবাৰে নগাঁৱত উন্মোচিত হ'ল ৰাজ্যৰ দৃষ্টিহীন লোকসকলৰ বাবে ৰচিত প্ৰথমখন অসমীয়া গ্ৰন্থ “পোহৰ বিচাৰি" (First Assamese book on specially abled people released) ৷ এই গ্ৰন্থখন ৰচনা কৰে লেখক বুদ্ধিনাথ কলিতাই (Book Unveiling of Buddhinath Kalita) ৷

মাজুলীত খহনীয়া ৰোধৰ দাবীত AJYCP ৰ মানৱ শৃংখল

বুধবাৰে মাজুলীৰ শালমৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৱ মাজুলী আঞ্চলিক সমিতিৰ উদ্যোগত তথা জিলা সমিতিৰ লগতে বৃহত্তৰ শালমৰাবাসীৰ সহযোগত ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু টি কে কোম্পানীৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP protest in Majuli against Brahmaputra Board) ৷

GMCH ত দালালৰ দপদপনিৰ পিছতে ঔষধ চুৰি কৰি ধৰা পৰিল ফাৰ্মাচিষ্ট

দালালৰ দপদপনিৰ পাছতে চিকিৎসালয়ত এইবাৰ চোৰৰ দপদপনি ৷ মঙলবাৰে GMCH ৰ চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ পৰা দৰৱ চুৰ কৰি থকা অৱস্থাত (Pharmacist steals medicine from GMCH) হাতে-লোটে ধৰা পৰিল এগৰাকী ফার্মাচিষ্ট (GMCH pharmacist arrested for stealing medicines )।

Anti drugs mission in Darrang : দৰং আৰক্ষীয়ে জব্দ কৰিলে 2.10 কিল’গ্ৰাম গাঞ্জা

দৰং জিলা আৰক্ষীৰ বৃহৎ সাফল্য (Anti drugs mission in Darrang) ৷ বুধবাৰৰ নিশা অভিযান চলাই এখন টেংকাৰৰ পৰা জব্দ কৰিলে 2.10 কিল’গ্ৰাম গাঞ্জা ৷

Covid 19 cases increase in Hojai : কৰ’ণাৰ বাবে 11 জানুৱাৰীলৈ লামডিঙত বন্ধ 6 বিদ্যালয়

কৰ’ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ (Covid 19 cases increase in Hojai) পৰিপ্ৰেক্ষিতত লামডিঙত ৭ দিনৰ বাবে বিদ্যালয় বন্ধ (Six schools to remain closed in Lumding due to Covid 19) ঘোষণা । ইফালে ক'ভিড-19 ৰ সংক্ৰমণৰ বাবে জিলা প্ৰশাসনে তিতাবৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে (JNV Titabar declared as a containment zone)

Cheque Distribution in Dibrugarh : ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে ঋণ ৰেহাইৰ চেক

ডিব্ৰুগড়ত বুধবাৰে অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি (AMFIRS Scheme of Assam) ৰ অধীনত 5097 গৰাকী মহিলাক প্ৰদান কৰা হয় চেক ৷ ঋণগ্ৰস্ত মহিলাসকল এই আঁচনিৰ জৰিয়তে উপকৃত হোৱাৰ লগতে এই আঁচনিয়ে মহিলা সবলীকৰণৰ দিশত এক অন্য যুগৰ সূচনা কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী ৷

Encounter at Nagaon : নগাঁও আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া জাহাংগীৰ

নগাঁৱত পুনৰ এনকাউণ্টাৰ আৰক্ষীৰ (Encounter at Nagaon) । আৰক্ষীৰ গুলীত আহত পলায়নৰ চেষ্টা কৰা ড্ৰাগছ মাফিয়া (Drugs mafia injured by police encounter) ৷ আহত মাফিয়াটো আশ্বাদুল ইছলাম ওৰফে জাহাংগীৰ আলম বুলি চিনাক্ত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.