ETV Bharat / state

সৰভোগত টিন ভাঙি লুটি নিলে ছয় লক্ষাধিকৰ সামগ্ৰী

সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচালা বজাৰত মোবাইল আৰু কাপোৰৰ দোকানৰ পৰা নিশা টিনপাত ভাঙি চোৰে প্ৰায় ছয় লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়া ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । দেওবাৰে দোকানৰ স্বত্বাধিকাৰীয়ে দোকান খোলাৰ পাচতে পোহৰ লৈ আহে সমগ্ৰ ঘটনা ৷

author img

By

Published : Mar 31, 2019, 7:14 PM IST

বৰপেটা চুৰিকাণ্ড

বৰপেটা, 31মাৰ্চঃ বৰপেটা সৰভোগত শনিবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ড । চোৰে লুটি নিলে প্ৰায় ছয় লক্ষাধিক টকাৰ সামগ্ৰী। সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচালা বজাৰত মোবাইল আৰু কাপোৰৰ দোকানৰ পৰা নিশা টিনপাত ভাঙি চোৰে প্ৰায় ছয় লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়া ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । দেওবাৰে দোকানৰ স্বত্বাধিকাৰীয়ে দোকান খোলাৰ পাচতে পোহৰ লৈ আহে সমগ্ৰ ঘটনা । কাপোৰৰ দোকানত থকা চিচি কেমেৰাও চুৰি কৰি লৈ যায় চোৰে । ঘটনা সংক্ৰান্তত ইতিমধ্যে সৰভোগ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ৷

Slug : A_BAR_31MAR_806_BARPETA_THIEF_VIS_BAPKAN_DAS

সৰভোগত নিশা চোৰে চুৰি কৰি নিলে প্ৰায় ছয় লক্ষাধিক টকাৰ সামগ্ৰী
বৰপেটা ৩১ মাৰ্চ : বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচালা বজাৰত এটা মোবাইল আৰু কাপোৰৰ দোকানৰ পৰা নিশা চোৰে প্ৰায় ছয় লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়া ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা দোকানৰ ওপৰত থকা টিনপাত ভাঙি চোৰে এইদৰে লুটপাত কৰে। আজি পুৱা দোকানৰ স্বত্বাধিকাৰীয়ে দোকান খোলাৰ পিছত সমগ্ৰ ঘটনা পোহৰ লৈ আহে। পাছত কাপোৰৰ দোকানত থকা চিছি কেমেৰা খন চোৰে চুৰি কৰি লৈ যায়। চুৰিৰ ঘটনা সংক্ৰান্তত ইতিমধ্যে সৰভোগ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে। 

বাইট : দোকানৰ স্বত্বাধিকাৰী।    

--- বাপকন দাস, বৰপেটা               

ফুটেজ ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.