ETV Bharat / state

গুৰুত্বহীনতাত জহিখহি গৈছে দিগজানী পানী যোগান আঁচনি - আঁচনিখন কাৰ্যক্ষম

কলগাছিয়াৰ দিগজানী এটা পানী যোগান আঁচনি এতিয়া ভূত বংলাত পৰিণত হৈছে ৷ আঁচনিখন কাৰ্যক্ষম কৰিবলৈ কলগাছিয়া অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷

The digajani water supply scheme has been washed out
গুৰুত্বহীনতাত জহিখহি গৈছে দিগজানী পানী যোগান আঁচনি
author img

By

Published : Dec 31, 2020, 9:39 AM IST

Updated : Dec 31, 2020, 11:03 AM IST

জনীয়া, 31 ডিচেম্বৰ : ভূত বংলাত পৰিণত হৈছে কলগাছিয়াৰ দিগজানী এটা পানী যোগান আঁচনি । এই পানী যোগান আঁচনিৰ নামত বৃহৎ পৰিমাণৰ চৰকাৰী ধনৰ অপচয় হোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে ।

গুৰুত্বহীনতাত জহিখহি গৈছে দিগজানী পানী যোগান আঁচনি

বৰপেটা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত দিগজানী পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰিবলৈ কলগাছিয়া অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ যাৰ ফলস্বৰূপে লক্ষাধিক টকাৰে নিৰ্মাণ কৰা এই পানী যোগান আচঁনিখনৰ ঘৰ আৰু যন্ত্ৰপাতিবোৰ এতিয়া ক্ৰমাৎ জহিখহি যাবলৈ আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : মাদ্ৰাছা বন্ধৰ বিধেয়ক গৃহীতক লৈ কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ

Last Updated : Dec 31, 2020, 11:03 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.