ETV Bharat / state

বৰপেটাত 2 গৰাকী শিক্ষকৰে পাঠদান চলা এখন বিদ্যালয় - ৰূপসী শিক্ষা খণ্ড

বৰপেটাত 2 গৰাকী শিক্ষকৰে চলিছে বিদ্যালয়ত পাঠদান ৷ 150 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে 2 গৰাকী শিক্ষকৰে পাঠদান চলিছে ৷

teacher-crisis-in-barpeta
বৰপেটাত 2 গৰাকী শিক্ষকৰে পাঠদান চলা এখন বিদ্যালয়
author img

By

Published : Feb 2, 2021, 8:24 PM IST

জনীয়া, 2 ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত 0306202 নং চৰ নদীয়া পাৰা প্ৰাথমিক বিদ্যালয়ত দুগৰাকী শিক্ষকৰে চলিছে পাঠদান ৷ প্ৰায় 150 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে বিদ্যালয়খনত মাত্ৰ নিয়োজিত হৈ আছে দুজন শিক্ষক ৷ আনহাতে, শীঘ্ৰে বিদ্যালয়খনৰ পৰা এগৰাকী শিক্ষকে বিদায় ল'ব যাৰ বাবে বিদ্যালয়খনত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱা বুলি শিক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷

শিক্ষকৰ মন্তব্য

আনহাতে, শিক্ষক গৰাকীয়ে জনোৱা অনুসৰি, ধনৰ অভাৱত দীৰ্ঘদিনৰ পৰাই বিদ্যালয়খনত মধ্যাহ্ন ভোজন বন্ধ হৈ আছে ৷ শীঘ্ৰে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি মধ্যাহ্ন ভোজন আৰম্ভ কৰাৰ লগতে শিক্ষক নিযুক্তি দিবলৈ শিক্ষা বিভাগক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : ৰাজগড় ব্যৱসায়ী সন্থাৰ “এই মাহৰ অতিথি” অনুষ্ঠানৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.