ETV Bharat / state

বৰপেটা আৰু নলবাৰীৰ কেইবাখনো গাঁৱত টাটা বিপিএন মটৰ্চৰ সাহায্য বিতৰণ - বৰপেটা সত্ৰৰ ভকত

আগশাৰীৰ প্ৰতিষ্ঠান টাটা বিপিএন মটৰ্চে বৰপেটা আৰু নলবাৰীৰ কেইবাখনো গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰে । লগতে বৰপেটা সত্ৰৰ ভকত সকলকো প্ৰতিষ্ঠানটোৱে কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে ।

tata motors helps poor people
tata motors helps poor people
author img

By

Published : Apr 12, 2020, 11:32 AM IST

বৰপেটা, 12 এপ্ৰিলঃ দেশজুৰি জাৰি কৰা এই লক ডাউনৰ এই দুৰ্যোগপূৰ্ণ সময়চোৱাত দুখীয়া, অভাৱগ্ৰস্থ লোকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে ৰাজ্যৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান তথা লোকে । ৰাজ্যখনৰ আগশাৰীৰ প্ৰতিষ্ঠান টাটা বিপিএন মটৰ্চে​ বৰপেটা আৰু নলবাৰীৰ প্ৰায় এহেজাৰ দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰিছে সাহায্য সামগ্ৰী । প্ৰতিষ্ঠানটোৰ মেনেজিং ডাইৰেক্টৰ কৌশিক দাসৰ তৎপৰতাত নলবাৰী আৰু বৰপেটাৰ বিভিন্ন গাঁৱত সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে । আনহাতে বৰপেটা সত্ৰৰ ভকত সকলকো প্ৰতিষ্ঠানটোৱে সভক্তিৰে কিছু খাদ্য সামগ্ৰী আগবঢ়ায় । সত্ৰৰ ভকত সকলৰ লগতে সত্ৰৰ নিকটৱৰ্তী একাংশ দুখীয়া পৰিয়ালৰ মাজতো প্ৰতিষ্ঠানটোৱে সাহায্য বিতৰণ কৰে ।

টাটা বিপিএন মটৰ্চৰ সাহায্য বিতৰণ

লগতে পঢ়কঃ ৰাজ্যজুৰি সাহাৰ্য বিতৰণ ভিন্ন জনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.