ETV Bharat / state

বৰপেটাত CAA বিৰোধী অন্দোলনৰ পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি

আনহাতে আৰক্ষীয়ে ইচ্ছাকৃতভাৱে দুটি কিশোৰসহ পাঁচ গৰাকী লোকক নৃশংসভাৱে গুলিয়াই হত্যা কৰাৰ অভিযোগ তুলি যুৱ কংগ্ৰেছে উক্ত ঘটনাৰ এক উচ্চপৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী জনায় ।

author img

By

Published : Dec 24, 2019, 7:36 AM IST

পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি
পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি

বৰপেটা,২৩ ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ গুলীত নিহত হোৱা ৰাজ্যৰ পাঁচগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰপেটা জিলা যুৱ কংগ্ৰেছে ৷ জিলাখনৰ হাউলী চহৰত সোমবাৰে সন্ধিয়া বৰপেটা জিলা যুৱ কংগ্ৰেছে অনুষ্ঠিত কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্থানীয় লোকে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে শ্বহীদসকলক ৷

পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি

হাউলী চহৰৰ চাৰিআলিত আয়োজিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত জাতীয় শ্বহীদ কেইগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি ঈশ্বৰৰ ওচৰত তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনায় স্থানীয় ৰাইজে। আনহাতে আৰক্ষীয়ে ইচ্ছাকৃতভাৱে দুটি কিশোৰসহ পাঁচ গৰাকী লোকক নৃশংসভাৱে গুলিয়াই হত্যা কৰাৰ অভিযোগ তুলি যুৱ কংগ্ৰেছে উক্ত ঘটনাৰ এক উচ্চপৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী জনায় ।

লগতে পঢ়ক: গণ গৰ্জনত কঁপিল তিনিচুকীয়াৰ ৰাজপথ

Intro:
বৰপেটা, ২৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহি ৰাজপথত আৰক্ষীৰ গুলীত নিহত হোৱা ৰাজ্যৰ পাঁচগৰাকী শ্বহীদৰ প্ৰতি হাউলীত ৰাইজৰ শ্ৰদ্ধাঞ্জলি ৷ বৰপেটাৰ হাউলী চহৰত সোমবাৰে সন্ধিয়া বৰপেটা জিলা যুৱ কংগ্ৰেছে অনুষ্ঠিত কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । এই অনুষ্ঠানতে স্থানীয় লোকে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে শ্বহীদসকলক ৷ Body:হাউলী চহৰৰ মাজ মাজিয়াৰ চাৰিআলিত আয়োজিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত জাতীয় শ্বহীদকেইগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি তেওলোকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনায় ঈশ্বৰৰ ওচৰত । আনহাতে আৰক্ষীয়ে ইচ্ছাকৃতভাৱে দুটি কিশোৰসহ পাঁচ গৰাকী লোকক নৃশংসভাৱে গুলিয়াই হত্যা কৰাৰ অভিযোগ তুলি যুৱ কংগ্ৰেছে উক্ত ঘটনাৰ এক উচ্চপৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী জনায় ।

Conclusion:বাইটঃ যুৱ কংগ্ৰেছী ।

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.