ETV Bharat / state

আৰক্ষীৰ জালত হৰিপদ তালুকদাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত - অসম আৰক্ষী

সৰ্থেবাৰীৰ কাৰাকুছিৰ হৰিপদ তালুকদাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ধীৰাজ ভূঞা আৰক্ষীৰ জালত । নগাঁৱৰ বটদ্ৰৱাত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত ভূঞাক ৷

আৰক্ষীৰ জালত হৰিপদ তালুকদাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ধীৰাজ ভূঞা

author img

By

Published : Apr 26, 2021, 6:32 AM IST

বৰপেটা,26 এপ্ৰিল: অসম আৰক্ষীৰ বৃহৎ সফলতা ৷ অৱশেষত আৰক্ষীৰ জালত পৰিল সৰ্থেবাৰীৰ কাৰাকুছিৰ হৰিপদ তালুকদাৰ হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত ধীৰাজ ভূঞা ৷ নগাঁৱৰ বটদ্ৰৱাত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত ভূঞাক ৷

আৰক্ষীৰ জালত হৰিপদ তালুকদাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ধীৰাজ ভূঞা
অভিযুক্ত ধীৰাজ ভূঞা

উল্লেখ্য যে, শনিবাৰে ৰাইজে এই হত্যাৰ মূল অভিযুক্ত ধীৰাজ ভূঞাক গ্ৰেপ্তাৰ কৰাৰ দাবীত হৰিপদ তালুকদাৰৰ মৃতদেহৰ সৈতে ৰূপায়ণ কৰিছিল পথ অৱৰোধ কাৰ্যসূচী । আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতিৰে ৰাইজক দিছিল ৪৮ ঘণ্টাৰ সময়সীমা । নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে আৰক্ষীৰ জালত পৰিল হত্যাকাণ্ডটোৰ মূল অভিযুক্ত ধীৰাজ ভূঞা ।

লগতে পঢ়ক: ৰঙাপৰাত ডাইনীৰ সন্দেহত হত্যা কৰি পুতি থ’লে মহিলাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.