- বৰপেটাত আটক এজন সন্দেহযুক্ত জেহাদী
- সন্দেহজনক জেহাদীটোৰ নাম মুস্তাফিজুৰ ৰহমান
- মুস্তাফিজুৰ সম্পৰ্কে বহু বিস্ফোৰক তথ্য প্ৰকাশ
- বিহাৰৰ এখন হাফিজীয়া মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰিছিল মুস্তাফিজুৰে
- বিহাৰৰ পৰা আহি অসমত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুস্তাফিজুৰ
- জে এম বিৰ শীৰ্ষ নেতা চতলাৰ শ্বাহনুৰ আলম ওৰফে ডাক্তৰ বাবুৰ সৈতে যোগসূত্ৰ থকাৰ সন্দেহ
- শ্বাহনুৰ আলমৰ সৈতে ২০১৪ চনত ঈদৰ এদিন পূৰ্বে নামাজতো অংশ লৈছিল মুস্তাফিজুৰে
- এনে কাণ্ডক লৈ গাওঁবাসীৰ সৈতে সংঘাতৰো সৃষ্টি হৈছিল মুস্তাফিজুৰৰ
- এনেবোৰ কাম কাজক লৈ সেই সময়ৰ পৰাই সন্দেহৰ আৱৰ্তত আছিল মুস্তাফিজুৰ
- অৱশ্যে জেহাদী কাৰ্যকলাপত জড়িত সম্পৰ্কত পৰিয়াল অথবা গাওঁবাসী জ্ঞাত নহয়
বৰপেটাত আটক সন্দেহজনক জেহাদী - মুস্তাফিজুৰ ৰহমান
বৰপেটাৰ চতলা বজাৰৰ পৰা শনিবাৰে নিশা বৰপেটা আৰক্ষীয়ে আটক কৰে এজন সন্দেহযুক্ত জেহাদীক ৷ সন্দেহজনক জেহাদীটোৰ নাম মুস্তাফিজুৰ ৰহমান ৷
বৰপেটাত আটক সন্দেহজনক জেহাদী
- বৰপেটাত আটক এজন সন্দেহযুক্ত জেহাদী
- সন্দেহজনক জেহাদীটোৰ নাম মুস্তাফিজুৰ ৰহমান
- মুস্তাফিজুৰ সম্পৰ্কে বহু বিস্ফোৰক তথ্য প্ৰকাশ
- বিহাৰৰ এখন হাফিজীয়া মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰিছিল মুস্তাফিজুৰে
- বিহাৰৰ পৰা আহি অসমত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুস্তাফিজুৰ
- জে এম বিৰ শীৰ্ষ নেতা চতলাৰ শ্বাহনুৰ আলম ওৰফে ডাক্তৰ বাবুৰ সৈতে যোগসূত্ৰ থকাৰ সন্দেহ
- শ্বাহনুৰ আলমৰ সৈতে ২০১৪ চনত ঈদৰ এদিন পূৰ্বে নামাজতো অংশ লৈছিল মুস্তাফিজুৰে
- এনে কাণ্ডক লৈ গাওঁবাসীৰ সৈতে সংঘাতৰো সৃষ্টি হৈছিল মুস্তাফিজুৰৰ
- এনেবোৰ কাম কাজক লৈ সেই সময়ৰ পৰাই সন্দেহৰ আৱৰ্তত আছিল মুস্তাফিজুৰ
- অৱশ্যে জেহাদী কাৰ্যকলাপত জড়িত সম্পৰ্কত পৰিয়াল অথবা গাওঁবাসী জ্ঞাত নহয়
Intro:
বৰপেটা ৪ আগষ্ট: বৰপেটাৰ চতলা গাৱত সন্দেহজনক জেহাদী আটক ৷
সন্দেহজনক জেহাদীটো মুস্তাফিজুৰ ৰহমান ৷
শনিবাৰে নিশা চতলা বজাৰৰ পৰা বৰপেটা আৰক্ষীয়ে আটক কৰে জেহাদীটো ৷
Body:মুস্তাফিজুৰ সম্পৰ্কত বহু বিস্ফোৰক তথ্য প্ৰকাশ ৷
মুস্তাফিজুৰ ৰহমান বিহাৰৰ এখন হাফিজীয়া মাদ্ৰাছাত শিক্ষা গ্ৰহন কৰিছিল ৷
হাফিজী শিক্ষা গ্ৰহনৰ পিচতে বিহাৰৰ পৰা আহি অসমত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুস্তাফিজুৰ ৷
আনহাতে জেএমবিৰ অসম মড্যুলৰ শীৰ্ষ নেতা চতলাৰ শ্বাহনুৰ আলম ওৰফে ডাক্তৰ বাবুৰ সৈতেও যোগসূত্ৰ থকাৰ সন্দেহ মুস্তাফিজুৰ ৰহমানৰ ৷
শ্বাহনুৰ আলমৰ সৈতে ২০১৪ চনত আগতীয়া ঈদৰ নামাজতো অংশ লৈছিল মুস্তাফিজুৰ ৷
মুস্তাফিজুৰৰ এনে কাণ্ডক লৈ সেই সময়ত গাওবাসীৰ সৈতে সংঘাতৰো সৃষ্টি হৈছিল ৷
মুস্তাফিজুৰ ৰহমানৰ কাম কাজক লৈ সেই সময়ৰ পৰাই সন্দেহৰ আৱৰ্তত আছিল মুস্তাফিজুৰ ৷
অবশ্যে শেহতীয়াভাৱে জেহাদী কাৰ্যকলাপত জড়িত সম্পৰ্কত পৰিয়াল অথবা গাওবাসী অবগত নহয় ৷
জেহাদী কাৰ্যকলাপক লৈ লজ্জিত চতলা গাওবাসী ৷
Conclusion:বাইট: মুস্তাফিজুৰ ৰহমানৰ , মাতৃ বাইট: স্থানীয় লোক.
---- বাপকন দাস, বৰপেটা