ETV Bharat / state

শনিবাৰে দুটাকৈ কাৰ্যালয় মুকলি কৰিলে শ্বেৰমান আলীয়ে

বাঘবৰ বিধানসভা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদে পূৱ মইনবৰী আৰু পশ্চিম মইনবৰীত দুটাকৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে । কাৰ্যালয় উদ্বোধনী সভাত শ্বেৰমান আলী আহমেদৰ লগতে বৰপেটা জিলা কংগ্ৰেছৰ সম্পাদক আমিৰুল ইছলাম খান, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নাছিৰ উদ্দিনে ভাষণ দিয়ে ।

author img

By

Published : Mar 27, 2021, 6:01 PM IST

শনিবাৰে দুটাকৈ কাৰ্যালয় মুকলি কৰিলে শ্বেৰমান আলীয়ে
শনিবাৰে দুটাকৈ কাৰ্যালয় মুকলি কৰিলে শ্বেৰমান আলীয়ে

জনীয়া,27 মাৰ্চ: বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদে পূৱ মইনবৰী আৰু পশ্চিম মইনবৰীত দুটাকৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে । কাৰ্যালয় উদ্বোধনী সভাত শ্বেৰমান আলী আহমেদৰ লগতে বৰপেটা জিলা কংগ্ৰেছৰ সম্পাদক আমিৰুল ইছলাম খান, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নাছিৰ উদ্দিনে ভাষণ দিয়ে ।

সভাত শ্বেৰমান আলী আহমেদে বিগত দিনৰ কামৰ খতিয়ান দাঙি ধৰে । দীঘলীয়া ভাষণত বিধায়ক শ্বেৰমান আলী আহমেদে কোনো ব্যক্তি বা দল সম্পৰ্কে এটা শব্দও উচ্চাৰণ নকৰি কেৱল বিগত দিনৰ কাম খতিয়ান আৰু আগন্তুক দিনত কৰিবলগীয়া কাম সম্পৰ্কে আলোচনা কৰে ।

লগতে পঢ়ক: সোণাৰিত কৰ্তব্যৰত অৱস্থাতে প’লিং বিষয়াৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.