জনীয়া, 10 জুন: জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইলেজাত,বেঁকী নৈৰ বিধ্বংসী খহনীয়াত জাহ গল 1026নং চৰ গুইলেজা প্ৰাথমিক বিদ্যালয় ৷ যাৰ ফলত 70 গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিল অন্ধকাৰ ৷ এই সন্দৰ্ভত আমাৰ সাংবাদিক ছফিকুল হাছানৰ এক প্ৰতিবেদন ৷
কলগাছিয়াৰ গুইলেজাত বেঁকী নৈৰ ৰুদ্ৰমূৰ্তি
বিগত তিনিবছৰ ধৰি বেঁকী নৈৰ খহনীয়াত জাহ গৈছে 50 টা পৰিয়ালৰ মাটি-ভেটি ৷
কলগাছিয়াৰ গুইলেজাত বেঁকী নৈৰ ৰুদ্ৰমূৰ্তি
জনীয়া, 10 জুন: জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইলেজাত,বেঁকী নৈৰ বিধ্বংসী খহনীয়াত জাহ গল 1026নং চৰ গুইলেজা প্ৰাথমিক বিদ্যালয় ৷ যাৰ ফলত 70 গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিল অন্ধকাৰ ৷ এই সন্দৰ্ভত আমাৰ সাংবাদিক ছফিকুল হাছানৰ এক প্ৰতিবেদন ৷
Intro:slug: as_jania_10jun_guileza_erosion_exclusive_pkg_story_vis3+byt3+pho1_asc10058
জনীয়া, ১০ জুন: কলগাছিয়াৰ গুইলেজাত বেঁকী নৈৰ ৰুদ্ৰমূৰ্তি ধাৰণ। কাল গৰাখহনিয়াত বেঁকী নৈত জাহ গল ১০২৬ নং চৰ গুইলেজা প্ৰাথমিক বিদ্যালয়। ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিল অন্ধকাৰ।Body:slug: as_jania_10jun_guileza_erosion_exclusive_pkg_story_vis3+byt3+pho1_asc10058
জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইলেজাত বেঁকী নৈৰ বিধ্বংসী খহনীয়াত জাহ গল ১০২৬ নং চৰ গুইলেজা প্ৰাথমিক বিদ্যালয়। যাৰ বাবে ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। বিগত তিনিবছৰ ধৰি হৈ থকা বেঁকী নৈৰ খহনীয়াত ইতিমধ্যেই ৫০ টা পৰিয়ালৰ মাটি-ভেটি বেকী নৈৰ বুকুত বিলীন হৈছে। উল্লেখ্যে যে, বেঁকী নৈৰ ৰুদ্ৰমূৰ্তি দেখি একে চৌহদতে থকা গুইলেজা এম ই মাদ্ৰাছাখন স্থানান্তৰ কৰা হৈছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কালি বিদ্যালয়গৃহ খহনীয়াৰ কৱলত পৰে। গুইলেজা গাঁওৰ ৰাইজে বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বাৰে বাৰে স্থানীয় বিধায়ক, বৰপেটা জিলা প্ৰশাসন আৰু অসম চৰকাৰলৈ বাৰে বাৰে দাবী দি আহিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অতি সোনকালে যদি বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা নহয় তেন্তে শতাধিক পৰিয়ালৰ মাটি-ভেটি নৈখনৰ বুকুত বিলীন হব বুলি শংকা প্ৰকাশ কৰাৰ লগতে সৰ্বানন্দ সোনোৱাল চৰকাৰক গৰাখহনিয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰিছে।Conclusion:slug: as_jania_10jun_guileza_erosion_exclusive_pkg_story_vis3+byt3+pho1_asc10058
মন্তব্য: স্থানীয় ৰাইজ, স্কুলৰ সভাপতি আৰু শিক্ষকৰ মন্তব্য।
স্বফিকুল হাছান, জনীয়া।