ETV Bharat / state

সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ১১ জনকৈ যাত্ৰী - সৰভোগ

সৰভোগৰ দহলাপাৰাত নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা মৰাত সংঘটিত হয় এই দুৰ্ঘটনা। ১১ জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত। আহত সকলক মানিকপুৰ চিকিৎসালয়ত ভৰ্ত্তি

সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ১১ জনকৈ যাত্ৰী
author img

By

Published : May 6, 2019, 11:16 AM IST

সৰভোগ,6 মে': বৰপেটা জিলাৰ সৰভোগৰ দহলাপাৰাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ১১ জনকৈ যাত্ৰী। তীব্ৰ গতিত গৈ থকা ছাফাৰী গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্টৰ ৰেলিঙত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ AS-09F-1280 ৷

সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ১১ জনকৈ যাত্ৰী
শিৱসাগৰৰ পৰা শিলিগুৰিলৈ গৈ আছিল বাহনখন। বাহনখনত এয়াৰবেগ থকাৰ বাবেই প্ৰাণৰক্ষা পৰে যাত্ৰীসকলৰ । আহত যাত্ৰীসকলক মানিকপুৰ চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় ।

Intro:সৰভোগৰ দহলাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ।নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা মৰাত সংঘটিত হয় এই দূৰ্ঘটনা ।১১ জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত। আহত সকলক মানিকপুৰ চিকিৎসালয়ত ভৰ্ত্তি ।Body:বৰপেটা জিলাৰ সৰভোগৰ দহলাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত ১১ জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়। তীব্ৰ গতিত গৈ থকা ছাফাৰী গাড়ী খন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় পথৰ কালভাৰ্টৰ ৰেলিংত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ AS 09 F 1280
শিৱসাগৰৰ পৰা শিলিগুৰীলৈ গৈ আছিল দূৰ্ঘটনাগ্ৰস্ত বাহন খন।বাহনখনত বেলুন থকা বাবে প্ৰাণৰক্ষা যাত্ৰী সকলৰ। আহত যাত্ৰী সকলক মানিকপুৰ চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় ।Conclusion:যাত্ৰীৰ মন্তব্য ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.