ETV Bharat / state

কলগাছিয়াত পথ দুৰ্ঘটনাঃ আহত তিনি

জনীয়া সমষ্টিৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপথাৰত ভয়াবহ পথ দুৰ্ঘটনা । বেছিমাৰি গাঁৱৰ কাঠৰ বেপাৰী আদম আলিৰ ব'লেৰো পিকআপৰে লালভানু নামৰ এগৰাকী বৃদ্ধ মহিলাক খুন্দিয়াই ৷ যাৰ বাবে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় বৃদ্ধা গৰাকী । দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা গাড়ী লৈ পলায়ন কৰে চালকজন

author img

By

Published : Jun 9, 2019, 7:32 PM IST

কলগাছিয়াত পথ দুৰ্ঘটনাঃ আহত তিনি

জনীয়া, 9 জুনঃ কলগাছিয়াত ভয়াৱহ পথ দুৰ্ঘটনা । এখন গাড়ীৰে সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজন ব্যক্তি ৷ আহতসকলৰ এজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ।তথ্য অনুসৰি, বেছিমাৰি গাঁৱৰ কাঠৰ বেপাৰী আদম আলিৰ ব'লেৰো পিকাপৰে লালভানু নামৰ এগৰাকী বৃদ্ধ মহিলাক খুন্দিয়াই ৷ যাৰ বাবে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় বৃদ্ধাগৰাকী । দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা গাড়ীসহ পলায়ন কৰে চালকজন । লগে লগে স্থানীয় ৰাইজে মহিলাগৰাকীক কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । আনহাতে, কলগাছিয়াত পুনৰ ব'লেৰোখনে বালিকুৰী গাঁৱৰ মইন খান আৰু পুত্ৰ ৰুবুল খানক বাইকেৰে গৈ থকা অৱস্থাত খুন্দা মাৰে আৰু তাৰ পৰাও পলায়ন কৰে গাড়ী চালকজন ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে ভুক্তভোগীৰ পৰিয়ালে ৷

Intro:slug: as_jania_9jun_kalgachia_accident_vis2+byt2_asc10058

জনীয়া, ০৯ জুন: কলগাছিয়াত ভয়াবহ পথ দুৰ্ঘটনা। এটা গাড়ীৰে দুটাকৈ পথ দুৰ্ঘটনা, আহত তিনিজন এজনৰ অৱস্থা সংকটজনক।Body:slug: as_jania_9jun_kalgachia_accident_vis2+byt2_asc10058

জনীয়া সমষ্টিৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপথাৰত ভয়াবহ পথ দুৰ্ঘটনা। বেছিমাৰি গাঁওৰ কাঠৰ বেপাৰী আদম আলিৰ বোলেৰো পিকাপ গাড়ীৰে লালভানু নামৰ এগৰাকী বৃদ্ধ মহিলাক খুন্দিয়াই বেয়াকৈ আহত কৰে। গাড়ী চলক জন ঘটনা স্থলীৰ পৰা গাড়ী লৈ পলায়ন কৰে। লগে লগে স্থানীয় ৰাইজে মহিলাগৰাকীক কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদি ডাক্তৰে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আনহাতে কলগাছিয়াত আকৌ বোলেৰো গাড়ীটোৱে বালিকুৰী গাওঁৰ মইন খান আৰু তাৰ পুত্ৰ ৰুবুল খান এটা বাইকেৰে কলগাছিয়ালৈ যাওঁতে খুন্দা মাৰি গুৰুতৰ ভাবে আহত কৰি তাৰ পৰাও পলায়ন কৰে। ইতিমধ্যে কলগাছিয়া আৰক্ষী থানাত গাড়ী খনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি জানিব দিয়ে।Conclusion:slug: as_jania_9jun_kalgachia_accident_vis2+byt2_asc10058

বাইট: দুৰ্ঘটনাগ্ৰস্থ লোক আৰু প্ৰত্যক্ষদৰ্শী ৰাইজ।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.