ETV Bharat / state

Reserve close to IC: হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাক ৰিজাৰ্ভ ক্ল'জ - বৰপেটা জিলা আৰক্ষী অধীক্ষক

বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাক ৰিজাৰ্ভ ক্ল'জ ৷ আৰক্ষী বিষয়াজনক বৰপেটা জিলা আৰক্ষী অধীক্ষকে কৰিছে ৰিজাৰ্ভ ক্ল'জ ।

Reserve Clause to IC Gopal Borah in Howly
হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাক ৰিজাৰ্ভ ক্ল'জ
author img

By

Published : Jul 23, 2023, 7:26 AM IST

Updated : Jul 23, 2023, 1:45 PM IST

বৰপেটা, 23 জুলাই : ৰিজাৰ্ভ ক্ল'জ হ'ল আৰু এজন আৰক্ষী বিষয়াৰ ৷ হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাক কৰা হয় ৰিজাৰ্ভ ক্ল’জ ৷ এটা পথ দুৰ্ঘটনা সম্পৰ্কীয় ঘটনাৰ বাবে ৰিজাৰ্ভ ক্ল'জ কৰা হয় হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক ৷ বৰপেটা জিলা আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্ল'জ কৰে আৰক্ষী বিষয়াজনক ।

তথ্যৰ গাফিলতি কৰাৰ বাবে ৰিজাৰ্ভ ক্ল'জ কৰা হয় গোপাল বৰাক ৷ জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰা এখন ডাম্পাৰ চালকৰ নাছিল অনুজ্ঞাপত্ৰ ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বৰাই চালকজনৰ পৰিবৰ্তে অন্য এগৰাকী চালকক আদালতত হাজিৰ কৰাইছিল ডাম্পাৰখনৰ চালক হিচাপে ৷ এই তথ্য পোহৰলৈ অহাৰ পাছতেই বৰপেটাৰ আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্ল'জ কৰে হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাক ৷

শেহতীয়াকৈ হাউলীত হোৱা এক পথ দুৰ্ঘটনা সম্পৰ্কীয় ঘটনাৰ বাবে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে আৰক্ষী বিষয়াজনৰ ৷ জানিব পৰা মতে, দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰিছিল বাহনখনৰ ড্ৰাইভাৰ ৷ দুৰ্ঘটনাটো সংঘটিত কৰা ডাম্পাৰখনৰ ড্ৰাইভাৰজনৰ নাছিল অনুজ্ঞাপত্ৰ ৷ গতিকে হাউলী থানাৰ অ'চি গোপাল বৰাই বৰপেটা আদালতত অভিযুক্ত ড্ৰাইভাৰজনৰ সলনি আন এজন ড্ৰাইভাৰক হাজিৰ কৰাছিল ৷

পৰৱৰ্তী সময়ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল বৰাই অন্য এগৰাকী ডাম্পাৰ চালকক আদালতত হাজিৰ কৰোৱাৰ তথ্য পোহৰলৈ আহে ৷ এই তথ্য পোহৰলৈ অহাৰ পিচতেই বৰপেটাৰ আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্ল'জ কৰে অ'চি গোপাল বৰাৰ ৷ লগতে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকে এই নিৰ্দেশনাটোত বৰপেটাৰোড আৰক্ষী থানাৰ পৰিদৰ্শক চাণক্য দেউৰীক সাময়িকভাৱে হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাবে দায়িত্ব অৰ্পণ কৰে ৷

লগতে পঢ়ক : Dhubri bribery case: কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ’ল ধুবুৰীৰ দুই ঘোচখোৰ বিষয়া

Last Updated : Jul 23, 2023, 1:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.