ETV Bharat / state

পথ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ ৰঞ্জিত দাসৰ - পথ নিৰ্মাণৰ কাম

পথ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল'বলৈ বৰপেটাত উপস্থিত ৰঞ্জিত দাস

পথ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ ৰঞ্জিত দাসৰ
author img

By

Published : May 7, 2019, 8:06 PM IST

বৰপেটা, 7 মে': পথ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ ৰঞ্জিত দাসৰ ৷ গৃহ চহৰ বৰপেটাৰোডত চলি থকা পথ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়কগৰাকীয়ে ৷ পথ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল'বলৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে পথ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা ইটাসমূহ নিম্নমানৰ নেকি সেয়াও নিৰীক্ষণ কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ পথ নিৰ্মাণৰ কাম লেহেমীয়া গতিত চলি থকাৰ বাবে ৰাইজে যাতায়াতৰ ক্ষেত্ৰত কিছু অসুবিধাত ভুগি থকাৰ কথা উল্লেখ কৰি অতিশীঘ্ৰে পথ নিৰ্মাণৰ কাম শেষ কৰি ৰাইজৰ যাতায়াতৰ বাবে সুচল কৰি তুলিবলৈ ঠিকাদাৰক নিৰ্দেশ দিয়ে ৰঞ্জিত দাসে৷

Intro:ৰাজ্যিক বিজিপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ দাসে তেওৰ গৃহ চহৰ বৰপেটাৰোডত চলি থকা পথ নিৰ্মাণৰ কাম মঙ্গলবাৰে পৰ্যবেক্ষণ কৰে ৷ পথ নিৰ্মাণৰ অগ্ৰগতিৰ বুজলৈ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে পথ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা ইটা সমূহ নিম্নমানৰ নেকি সেয়াও নিৰীক্ষণ কৰে ৷ Body:বৰপেটাৰোড চহৰত পথ নিৰ্মাণৰ কাম লেহেমীয়া গতিত চলি থকাৰ বাবে ৰাইজে যাতায়াতৰ ক্ষেত্ৰত কিছু অসুবিধাত ভুগি থকাৰ কথা উল্লেখ কৰি আৱন্টিত কামৰ ঠিকাদাৰক অতিশীঘ্ৰে পথ নিৰ্মাণৰ কাম শেষ কৰি ৰাইজৰ যাতায়াতৰ বাবে সুচল কৰি তুলিবলৈ নিৰ্দেশ দিয়ে ৷Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.