ETV Bharat / state

কলগাছিয়াত পৰীক্ষা বাতিলৰ দাবীত আন্দোলন

author img

By

Published : Apr 22, 2021, 11:00 PM IST

কলগাছিয়াৰ একাংশ পৰীক্ষাৰ্থীৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিলৰ দাবীত আন্দোলন ৷ ক’ভিডৰ অজুহাতত পৰীক্ষা বাতিলৰ দাবী কৰা একাংশ আন্দোলনকাৰীয়ে অৱমাননা কৰিলে ক’ভিডৰ বিধি ৷

Protest Cancle Exam
পৰীক্ষা বাতিলৰ দাবীত আন্দোলন কলগাছিয়াত

কলগাছিয়া,22 এপ্ৰিল: পৰীক্ষা বাতিলৰ দাবীত আন্দোলনত নামিল কলগাছিয়াৰ একাংশ পৰীক্ষাৰ্থী । ক’ভিড প্রট’কলৰ বাবে চিবিএছইৰ পৰীক্ষা বাতিল হ’ব পাৰে যদি ৰাজ্যিক ব’ৰ্ডৰ পৰীক্ষা কিয় বাতিল নহ’ব বুলি প্ৰশ্ন কৰি আন্দোলনত নামে একাংশ পৰীক্ষাৰ্থী ।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে পৰীক্ষাৰ্থীসকলে কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ চৌহদৰ পৰা পৰীক্ষা বাতিল কৰক, অসম চৰকাৰ হায় হায় আদি শ্লোগানযুক্ত প্লে-কাৰ্ড হাতে হাতে লৈ ৰাজপথত সমদল কৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ত সমবেত হয় ।

কলগাছিয়াত পৰীক্ষা বাতিলৰ দাবীত আন্দোলন

চক্ৰ বিষয়া আৰু কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উপস্থিতিত নিয়ন্ত্ৰণ হয় পৰিস্থিতি ৷ মন কৰিবলগীয়া যে, একাংশ আন্দোলনকাৰীয়ে অৱমাননা কৰিলে ক’ভিডৰ বিধি ৷

লগতে পঢ়ক : ক'ভিড পৰীক্ষাৰ ভয়ত শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন ৩০০ যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.