ETV Bharat / state

জনীয়াত কেশৱ মহন্তৰ বিৰুদ্ধে প্ৰতিবাদ

বেঁকী নদীৰ পানীয়ে প্লাৱিত কৰিছে কাউৰজাহী,কাচুকাটি,সুতিৰপাথাৰ,মোৱামাৰী গাঁও ৷ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে প্ৰতিবাদ ৷ চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে ক্ষুদ্ধ জনতা

জনীয়াত কেশৱ মহন্তৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Jul 13, 2019, 4:58 PM IST

জনীয়া,13 জুলাই : জনীয়াত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ। মন্ত্ৰী মহন্তৰ প্ৰতিকৃতি কলগছৰ ভুৰত উটুৱাই দি প্ৰতিবাদ জনালে ক্ষুদ্ধ বানাক্ৰান্তই । বান সাহাৰ্যৰ দাবীত সাব্যস্ত এই প্ৰতিবাদী কাৰ্যসূচী। যোৱা চাৰি-পাঁচ দিন ধৰি বেঁকী নদীৰ পানীয়ে প্লাৱিত কৰিছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহী,কাচুকাটি,সুতিৰপাথাৰ,মোৱামাৰীকে আদি কৰি অৰ্ধশতাধিক গাঁও ৷ পানীৰ তলত বুৰ গৈ থকাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ আজি কাউৰজাহীৰ বন্যাৰ্তই প্ৰতিবাদ সাব্যস্ত কৰে ।

Intro:slug : as_jania_effigy_floats_keshab_mahanta_spl_story_vis2+byt1_asc10058

জনীয়া, 13 জুলাই: জনীয়াত বানাক্ৰান্তৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ। মন্ত্ৰীৰ প্ৰতিমুৰ্তি কলগছৰ ভেলত উঠুৱাই দি প্ৰতিবাদ কৰিলে ক্ষুদ্ধ বানাক্ৰান্তই।Body:slug : as_jania_effigy_floats_keshab_mahanta_spl_story_vis2+byt1_asc10058

জনীয়াৰ কাউৰজাহীত বানাক্ৰান্তৰ অভিনৱ প্ৰতিবাদ। জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিকৃতি ভেলত উটুৱাই প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ষুদ্ধ বানাক্ৰান্তই। বান সাহাৰ্য্যৰ দাবীত সাব্যস্ত কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী। উল্লেখযোগ্য যে, যোৱা চাৰি পাঁচ দিন ধৰি বেঁকী নদীৰ বানপানীয়ে প্লাৱিত কৰি কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহী, কাচুকাটি, সুতিৰপাথাৰ, মোৱামাৰী আদি কৰি অৰ্ধশতাধিক গাঁও পানীৰ তলত বুৰ গৈ থকাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ আজি কাউৰজাহীৰ বন্যাৰ্তই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।Conclusion:slug : as_jania_effigy_floats_keshab_mahanta_spl_story_vis2+byt1_asc10058

বাইট: ক্ষুদ্ধ প্ৰতিবাদকাৰীৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.