ETV Bharat / state

কেবৰ বিৰুদ্ধে বৰপেটা মেডিকেল কলেজত উত্তাল প্ৰতিবাদ - BARPETA CAB PROTEST

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বৰপেটা মেডিকেল কলেজ হস্পিতালত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলক লৈ এই প্ৰতিবাদ ৷

BARPETA CAB PROTEST
কেবৰ বিৰুদ্ধে বৰপেটা মেডিকেল কলেজত উত্তাল প্ৰতিবাদ
author img

By

Published : Dec 12, 2019, 10:28 PM IST

বৰপেটা, ১২ ডিচেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰপেটাতো দেখা গ'ল তীব্ৰ প্ৰতিবাদ ৷ ৰাজ্য সভাত কেব গৃহীত হোৱাৰ পাছতে বৰপেটা মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে কেব বিৰোধ কৰি বৰপেটা মেডিকেল কলেজত উলিয়াই এক প্ৰতিবাদী সমদল ৷ বিজেপি চৰকাৰ বিৰোধী ধ্বনিৰ লগতে অসম চৰকাৰ হায় হায়, কেব আমি নামানো, জয় আই অসম আদি ধ্বনিৰে উত্তাল কৰি তোলে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদ ৷

কেবৰ বিৰুদ্ধে বৰপেটা মেডিকেল কলেজত উত্তাল প্ৰতিবাদ

আৰু পঢ়ক : কেব প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

Intro:

বৰপেটা, ১২ ডিছেম্বৰঃ
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰপেটা মেডিকেল কলেজৰ ছাত্ৰই প্ৰতিবাদী সমদল উলিয়ায় ৷ Body:বৰপেটা মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে আজি নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে বৰপেটা মেডিকেল কলেজত প্ৰতিবাদী সমদল উলিয়ায় ৷ মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে সমদল কৰি নাগৰীকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনোৱাৰ লগতে বি জে পি চৰকাৰ বিৰোধী ধ্বনিৰ লগতে অসম চৰকাৰ হায় হায়, কেব আমি নামানো, জয় আই অসম আদি ধ্বনি দি বৰপেটা মেডিকেল কলেজ হস্পিটাল কপাই তোলে ৷

Conclusion:বাইটঃ মেডিকেলৰ ছাত্ৰ, ছাত্ৰী ৷
--- বাপকন দাস, বৰপেটা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.