ETV Bharat / state

"সৰ্বানন্দ সোনোৱালৰ গৃহ বিভাগ ব্যৰ্থ"- অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ - "সৰ্বানন্দ সোনোৱালৰ গৃহ বিভাগ ব্যৰ্থ"

"দৰঙৰ বুঢ়া আৰক্ষী চকীৰ আৰক্ষীয়ে তিনিগৰাকীকৈ মহিলা আচামীক কৰায়ত্ব কৰাৰ নামত যি বৰ্বৰ ঘটনা সংঘটিত কৰিলে আৰু বৰপেটাৰোডৰ নিচুকা গাঁৱত কয়লাময়লা থানাৰ আৰক্ষীয়ে আচামী বিচৰাৰ নামত তিনিজনী মহিলাৰ ওচৰত যি অমানৱীয় ঘটনা সংঘটিত কৰিলে সেয়া অসমৰ ইতিহাসত এক নজীৰ বিহিন ঘটনা ৷" এই দুয়োটা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল আজিজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৷

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ
author img

By

Published : Sep 28, 2019, 12:02 AM IST

বৰপেটাৰোড,27ছেপ্টেম্বৰঃ "কংগ্ৰেছ চৰকাৰৰ দিনত বিজেপিয়ে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিছিল ৷ কিন্তু বৰ্তমান কেন্দ্ৰত চৰকাৰ থকাৰ পাচতো মূল্যবৃদ্ধিৰ ক্ষেত্ৰত এই চৰকাৰ নিমাত হৈ থকাটো চৰম দূৰ্ভাগ্যজনক ৷"- শুকুৰবাৰে বৰপেটাৰোড প্ৰেছ ক্লাৱত এক সংবোদমেল সম্বোধন কৰি এই মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৷ ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জ্বলাকলা খুৱাই থকা বুলি অভিযোগ তুলি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কোনা পদক্ষেপ লোৱা নাই বুলি মন্তব্য কৰে ৷ ইপিনে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত এই চৰকাৰ নিমাত হৈ থকাটো চৰম দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল আজিজে ৷ চৰকাৰে মুল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজপথলৈ ওলাই আন্দোলন কৰাৰো হুংকাৰ দিয়ে ৷ ইফালে বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পিছৰে পৰাই অসমৰ বিভিন্ন জিলাৰ বিদেশী ন্যায়ধীকৰণ সমূহ 'D ’ ভোটাৰ সকলৰ সম্পূর্ণ বৈধ নথিপত্ৰ থকাৰ পাছতো পাকে প্ৰকাৰে হাৰাশাস্তি কৰি বিদেশী বনাই থকা বুলিও অভিযোগ উত্থাপন কৰে আব্দুল আজিজে ৷

"সৰ্বানন্দ সোনোৱালৰ গৃহ বিভাগ ব্যৰ্থ"

আনহাতে দৰঙৰ বুঢ়া আৰক্ষী চকীৰ আৰক্ষীয়ে তিনিগৰাকীকৈ মহিলা আচামীক কৰায়ত্ব কৰাৰ নামত যি বৰ্বৰ ঘটনা সংঘটিত কৰিলে আৰু বৰপেটাৰোডৰ নিচুকা গাঁৱত কয়লাময়লা থানাৰ আৰক্ষীয়ে আচামী বিচৰাৰ নামত তিনিজনী মহিলাৰ ওচৰত যি অমানৱীয় ঘটনা সংঘটিত কৰিলে এই দুয়োটা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি সভাপতি আব্দুল আজিজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৷ লগতে দুয়োটা ঘটনাৰ ন্যায়ীক তদন্ত দাবী কৰি দোষী আৰক্ষীক দৃষ্টান্তমূলক শাস্তি দিবলৈ চৰকাৰক দাবী জনায় ৷

অধিক পঢ়কঃ এনআৰচি পৰা নাম বাদ পৰা লোকৰ কৰ্তন নহয় ভোটাধিকাৰ

Intro:দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ আৰক্ষীয়ে তিনিগৰাকীকৈ মহিলা আচামীক কৰায়ত্ব কৰাৰ নামত যি বৰ্বৰ ঘটনা সংঘটিত কৰিলে আৰু বৰপেটাৰােডৰ নিচুকা গাওঁত কয়লাময়লা থানাৰ আৰক্ষীয়ে আচামী বিচৰাৰ নামত তিনিজনী মহিলাৰ ওচৰত যি অমানৱীয় ঘটনা সংগটিত কৰিলে সেয়া অসমৰ ইতিহাসত এক নজীৰ বিহিন ঘটনা বুলি উল্লেখ কৰি এই দুয়োটা ঘটনাক তীব্র ভাষাৰে গৰিহনা দি অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ সভাপতি আব্দুল আজিজে কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে ৷ উক্ত দুয়োটা ঘটনাৰ ন্যায়ীক তদন্ত দাবী কৰি দোষী আৰক্ষীক দৃষ্টান্তমূলক শাস্তি দিবলৈ চৰকাৰক দাবী জনােৱাৰ লগতে আহত সকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈও চৰকাৰক আহ্বান জনায় ৷Body:শুক্ৰবাৰে এক সংবামেলত সম্প্ৰতি ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক জ্বলাকলা খুৱাই থকা বুলি অভিযোগ তুলি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কোনাে পদক্ষেপ লােৱা নাই বুলি উল্লেখ কৰে ৷ কংগ্ৰেছ চৰকাৰৰ দিনত বিজেপিয়ে মূল্যবৃদ্ধিৰ প্রতিবাদ কৰি বিজেপি চৰকাৰে গাদী দখল কৰি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত এই চৰকাৰ নিমাত হৈ থকাটো চৰম দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ সভাপতি আব্দুল আজিজে ৷ চৰকাৰে মুল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজপথলৈ ওলাই আন্দোলন কৰাৰো হুংকাৰ দিয়ে ৷
বৰপেটাৰোড প্ৰেছ ক্লাৱত শুক্ৰবাৰে অসম সংখ্যালঘু সংগ্রাম পৰিষদে সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পিছৰে পৰাই অসমৰ বিভিন্ন জিলাৰ বিদেশী ন্যায়ধীকৰণ সমূহ 'D ’ ভােটাৰ সকলৰ সম্পূর্ণ বৈধ নথিপত্র থকাৰ পাছতাে পাকে প্ৰকাৰে হাৰাশাস্তি কৰি বিদেশী বনাই থকা বুলিও অভিযোগ উত্থাপন কৰে আব্দুল আজিজে ৷ স্বৰ্গদেওঁ চুকাফা সকলে বিভিন্ন জাতি জনগােষ্ঠীক একত্রিত কৰি গঢ়ি তােলা বৃহত্তৰ অসমত বৰ্ত্তমান অশান্তিৰ বীজ ৰোপণ কৰা বুলি অভিযোগ তুলি ৰাজ্যখনত সকলাে ক্ষেত্রতে এক সাম্প্রদায়িকতাই ছানি ধৰিছে বুলিও অভিযোগ তোলে ৷
সংবাদমেলত আব্দুল আজিজে NRCৰ চুড়ান্ত তালিকাৰ পৰা বাদ পৰা বৈধ ভাৰতীয় নাগৰিক সকলক আইনী সাহায্য প্রদান কৰিবলৈ ৰাজ্যখনৰ অধিবক্তা সমাজক আহ্বান জনায় ৷ ইপিনে অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ নামৰ সংগঠনৰ পৰা বহিস্কৃত হােৱা আৰু সংবিধান বিৰােধী পদক্ষেপৰ বাবে কাৰণ দশোৱাৰ জাননী জাৰি কৰা কিছুনেতা কর্মীয়ে সভাপতিৰ অজ্ঞাতে আৰু অনুমতি অবিহনে গুৱাহাটীত সভা আহ্বান কৰাৰ কথা উল্লেখ কৰি উক্ত সভা অনুষ্ঠিত হয় কৰা সকলৰ বিৰুদ্ধে সংবিধানিক ভাবে শাস্তিমূলক ব্যৱস্থা লােৱা হব বুলি অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ সভাপতি আব্দুল আজিজে হুংকাৰ দিছে ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.