ETV Bharat / state

বৰপেটা ভৱানীপুৰ ৰাইজৰ বৰঙণী সংগ্ৰহেৰে পথ মেৰামতি

মাজগাঁও-ভৱানীপুৰ সংযোগী একমাত্ৰ পথছোৱাৰ দুৰৱস্থাৰ বাবেই স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজে বাধাৰ সন্মুখীন হৈ আহিছে যাতায়ত ব্যৱস্থাত ৷ বাৰিষা হোৱাৰ লগে লগে পথছোৱাত বোকাৰে উপচি পৰাৰ লগতে পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাতৰ বাবে দুৰ্ভোগ ভুগি আহিছে সাধৰণ ৰাইজে

বৰপেটা ভৱানীপুৰ ৰাইজৰ বৰঙনি সংগ্ৰহেৰে পথ মেৰামতি
author img

By

Published : May 18, 2019, 5:47 PM IST

বৰপেটা, 18 মে': বৰপেটাৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ মাজগাঁৱৰ অঞ্চলবাসীয়ে বিগত কিছু বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে ৷ মাজগাঁও-ভৱানীপুৰ সংযোগী একমাত্ৰ পথছোৱাৰ দুৰৱস্থাৰ বাবেই স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজে বাধাৰ সন্মুখীন হৈ আহিছে যাতায়ত ব্যৱস্থাত ৷ বাৰিষা হোৱাৰ লগে লগে পথছোৱাত বোকাৰে উপচি পৰাৰ লগতে পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাতৰ বাবে দুৰ্ভোগ ভুগি আহিছে সাধাৰণ ৰাইজে ৷ পথছোৱাৰ মেৰামতিৰ বাবে চৰকাৰ তথা স্থানীয় এ আই ইউ ডি এফৰ বিধায়ক আবুল কালাম আজাদক স্থানীয় ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰে যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷ যাৰ বাবে পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে একত্ৰিত হৈ দান বৰঙণী সংগ্ৰহ কৰি শিল বালিৰে পথ মেৰামতিত নামি পৰিছে ৷ আনহাতে, কেইবাখনো গাঁৱৰ ৰাইজৰ চলাচলৰ একমাত্ৰ সংযোগী পথছোৱা শীঘ্ৰে নিৰ্মাণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই ৰাইজে ৷

Intro:এই দৃশ্য বৰপেটা জিলাৰ ভৱানীপুৰ বিধান সভা সমষ্টিৰ মাজগাওৰ । Body:মাজগাও - ভৱানীপুৰ সংযোগী এই পথছোৱাৰে স্কুল - কলেজৰ ছাত্ৰ- ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজৰ দৈনিক অহা-যোৱা চলে। কিন্তু পথছোৱাৰ মেৰামতিৰ নামত ৰাজ্য চৰকাৰ তথা স্থানীয় এ আই ইউ ডি এফৰ বিধায়ক আবুল কালাম আজাদে কোনোধৰনৰ মনকান নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভূগী ৰাইজে । বাৰিষা হোৱাৰ লগে লগে পথছোৱাৰ কিছু কিছু অংশ বোকাময় হৈ পৰিছিল।Conclusion:লগতে পথৰ মাজত সৃষ্টি হৈছিল প্ৰকাণ্ড গাত । ৰাইজে বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত পৰবৰ্তী সময়ত স্হানীয় ৰাইজে একত্ৰিত হৈ দান বৰঙনি সংগ্ৰহ কৰি শিল বালাৰে পথ মেৰামতি কৰাত নামি পৰিছে ৷ কেবাখনো গাৱৰ ৰাইজে চলাচল কৰা এই পথছোৱাটি নিৰ্মাণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে ৰাইজে ৷

Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
(Sorbhog)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.