পাঠশালা,৩১জুলাইঃ মঙলবাৰে বৰপেটাত তিনি জেহাদী আটক হোৱাৰ পাচত ৰাজ্যজুৰি অব্যাহত আছে চাঞ্চল্য ৷ ইপিনে গোহালি সদৃশ পৰিৱেশত পৰিয়ালৰ সৈতে বাস কৰা ইয়াকুব জেহাদীৰ লগত কেনেকৈ জড়িত হ'ল বা সঁচাকৈ জড়িত নে এই সন্দৰ্ভত এতিয়াও চৰ্চা অব্যাহত আছে ৷ চানা আৰু বৰফ বিক্ৰী কৰি পৰিয়ালক পোহপাল দিয়া ইয়াকুব নিৰক্ষৰ বুলি জানিব দিয়ে পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াই ৷ অৱশ্যে যদি ইয়াকুব সঁচাকৈ দোষী তেনেহ'লে তেওঁক উপযুক্ত শাস্তিৰ দাবী আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ৷
দৰিদ্ৰ পৰিয়ালৰ ইয়াকুব কেনেকৈ জেহাদী হ'ল !
ক্ৰমান্বয়ে জেহাদীৰ ঘাটিত পৰিণত হৈছে বৰপেটা জিলা ৷ শেহতীয়াভাৱে তিনিজনকৈ জেহাদীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বৰফ আৰু চানা বিক্ৰী কৰি দৰিদ্ৰতাৰে সহবাস কৰা ইয়াকুব জেহাদী হোৱা কথা অস্বীকাৰ পৰিয়ালৰ ৷
দৰিদ্ৰ পৰিয়ালৰ ইয়াকুব কেনেকৈ জেহাদী হ'ল !
পাঠশালা,৩১জুলাইঃ মঙলবাৰে বৰপেটাত তিনি জেহাদী আটক হোৱাৰ পাচত ৰাজ্যজুৰি অব্যাহত আছে চাঞ্চল্য ৷ ইপিনে গোহালি সদৃশ পৰিৱেশত পৰিয়ালৰ সৈতে বাস কৰা ইয়াকুব জেহাদীৰ লগত কেনেকৈ জড়িত হ'ল বা সঁচাকৈ জড়িত নে এই সন্দৰ্ভত এতিয়াও চৰ্চা অব্যাহত আছে ৷ চানা আৰু বৰফ বিক্ৰী কৰি পৰিয়ালক পোহপাল দিয়া ইয়াকুব নিৰক্ষৰ বুলি জানিব দিয়ে পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াই ৷ অৱশ্যে যদি ইয়াকুব সঁচাকৈ দোষী তেনেহ'লে তেওঁক উপযুক্ত শাস্তিৰ দাবী আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ৷
Intro:Pathsala jehadi update
দৰিদ্ৰ পৰিয়ালৰ ইয়াকুব কেনেকৈ জেহাদী হল l
বৰফ অাৰু চানা বিক্ৰী কৰি দৰিদ্ৰতাৰে সহবাস কৰা ইয়াকুব ৰ পৰিয়ালৰ জেহাদী হোৱা কথা অস্বীকাৰ ll
যদি দোষী তেনেহলে শাস্তি ৰ দাবি গাৱবাসীৰ ll
Body:Pathsala jehadi update
পাঠশালা,৩১জুলাই: তিনিগৰাকী কৈ জেহাদী কালি বৰপেটা জিলাত আটক হোৱা ঘটনাৰ পৰিনতিত ৰাজ্যজুৰি অব্যাহত অাছে চাঞ্চল্য l তাৰ মাজতে আমাৰ সাংবাদিক পহুমৰা নদীৰ পাৰৰ অতি পিচপৰা অাৰু দুৰ্গম স্হান ত উপস্থিত হৈছিল জেহাদী ইয়াকুব আলিৰ ঘৰত l পিছে গোহালি সদৃশ পৰিৱেশ ত পিতৃ মাতৃ, পত্নী আৰু দুই সন্তানেৰে বাস কৰা ইয়াকুব জেহাদী ৰ লগত কেনেকৈ জড়িত হল, হয় নে নহয় তাক লৈ চৰ্চ্চা অব্যাহত আছে l চানা আৰু বৰফ বিক্ৰী কৰি পৰিয়াল ক পোহপাল দিয়া ইয়াকুবে পঢ়া শুনা নাজানে বুলি জানিব দিছে পিতৃ মাতৃ আৰু ওচৰ চুবুৰীয়া ই l যদি ইয়াকুব সঁচাকে দোষী তেনেহলে তেওঁক উপযুক্ত শাস্তি দিৱলৈ ও আহ্বান জনাইছে চুবুৰীয়া ই lConclusion:বাইট-১
ভিডিঅ'-৪
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।

Last Updated : Jul 31, 2019, 6:20 PM IST