ETV Bharat / state

ভট্টদেৱ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাক লৈ বিতৰ্ক

কোনো কাৰণতে উচ্চতৰ মাধ্যমিক শাখা বন্ধ হ’ব নোৱাৰিব বুলি দাবী জনায় শনিবাৰে অনুষ্ঠিত হয় নাগৰিক সভা ৷

author img

By

Published : Jun 15, 2019, 7:49 PM IST

ভট্টদেৱ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাক লৈ বিতৰ্ক

পাঠশালা , 15 জুন: দুই এদিনতে নামনি অসমৰ অন্যতম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয় ৰূপান্তৰিত হৈ পৰিব ভট্টদেৱ বিশ্ববিদ্যালয়লৈ l কিন্তু এনে মুহূৰ্ততে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতত প্ৰশ্ন বোধক চিহ্ন উত্থাপিত হোৱাত,উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্তি বিষয় আৰু উচ্চতৰ মাধ্যমিক শাখা বন্ধ কৰাক কেন্দ্ৰ কৰি মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হয় এক নাগৰিক সভা l বজালীৰ প্ৰায়বোৰ দল সংগঠনৰ প্ৰতিনিধি আৰু নাগৰিক সভাই শনিবাৰে উক্ত সভাত সহমত উপনীত হৈ সিদ্ধান্ত লয় যে কোনো কাৰণতে বন্ধ হ’ব নোৱাৰিব উচ্চতৰ মাধ্যমিক শাখা ৷ ইতিমধ্যে চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্তিৰ ক্ষেত্ৰত মহাবিদ্যালয়খনত সৃষ্টি হৈছিল তীব্ৰ বিতৰ্ক ৷ এচাম লোকৰ তৎপৰতাত নামভৰ্তি বন্ধ কৰাৰ প্ৰক্ৰিয়া প্ৰায় হৈ উঠিছিল যদিও ছাত্ৰ একতা সভাৰ প্ৰতিবাদৰ পৰিণতিত ইতিমধ্যে নামভৰ্তি সম্পন্ন হৈছে ৷ বিশেষকৈ এটা চক্ৰই উচ্চতৰ মাধ্যমিক শাখা উঠাই দিবলৈ উঠিপৰি লগাৰ অভিযোগ উত্থাপন হৈছে ৷ এনে পৰিস্থিতিত এতিয়া নামভৰ্তি কৰা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু অনাগত সময়ত উচ্চতৰ মাধ্যমিক শাখা কি হ’ব এই বিষয় সন্দৰ্ভত চৰকাৰলৈ আহ্বান নাগৰিক সভাৰ ৷

Intro:Pathsala Bajali College meeting

বজালী মহাবিদ্যালয় ত অনুষ্ঠিত নাগৰিক সভা ll

ভট্টদেব বিশ্ববিদ্যালয় আৰু উচ্ছতৰ মাধ্যমিক শাখা ক কেন্দ্ৰ কৰি বিতৰ্ক ll

কোনো কাৰণতে বন্ধ হব নোৱাৰিব উচ্ছতৰ মাধ্যমিক শাখা ll
Body:Pathsala Bajali College meeting

১৫জুন,পাঠশালা: দুই এদিনতে নামনি অসমৰ অন্যতম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয় ৰূপান্তৰিত হৈ পৰিব ভট্টদেৱ বিশ্ববিদ্যালয় লৈ l কিন্তু এনে মুহূৰ্ততে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ত প্ৰশ্ন বোধক চিহ্ন উত্থাপিত হোৱাত আৰু উচ্ছতৰ মাধ্যমিক শাখা ত নামভৰ্তি বিষয় আৰু উচ্ছতৰ মাধ্যমিক শাখা বন্ধ কৰাক কৰি মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হৈ যায় এখন নাগৰিক সভা l বজালী ৰ প্ৰায়বোৰ দল সংগঠনৰ প্ৰতিনিধি আৰু নাগৰিক সভাই অাজি উক্ত সভাত সহ মনত উপস্থিত হৈ সিন্ধান্ত লয় যে কোনো কাৰণতে বন্ধ হব নোৱাৰিব উচ্ছতৰ মাধ্যমিক শাখা llইতিমধ্যে চলিত বৰ্ষত উচ্ছতৰ মাধ্যমিক শাখা ত নামভৰ্তি ৰ ক্ষেত্ৰত মহাবিদ্যালয় খনত হৈছে তীব্ৰ বিতৰ্ক ll নামভৰ্ত্তি বন্ধ কৰাৰ প্ৰক্ৰিয়া এচামৰ ততপৰতা ত প্ৰায় হৈ উঠিছিল যদিও ছাত্ৰ একতা সভাৰ প্ৰতিবাদ ৰ পৰিনতিত ইতিমধ্যে নামভৰ্ত্তি সম্পন্ন হৈছে l বিশেষ কৈ এটা চামে উচ্ছতৰ মাধ্যমিক শাখা উঠাই দিবলৈ উঠি পৰি লগাৰ অভিযোগ উত্থাপন হৈছে ll এনে পৰিস্থিতিত এতিয়া নামভৰ্ত্তি কৰা উচ্ছতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু অনাগত সময় ত উচ্ছতৰ মাধ্যমিক শাখা কি হব আৰু এই শাখা থাকিৱ লাগিৱ বুলি চৰকাৰলৈ দাবি উত্থাপন কৰি অাজি নাগৰিক সভাই প্ৰস্তাৱ গ্ৰহণ কৰে l

Conclusion:বাইট-১
ভিডিঅ'-১
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.