ETV Bharat / state

অসম্পূৰ্ণ দলঙে জ্বলাকলা খুৱাইছে জনীয়াৰ কাদং-কান্দাপাৰাৰ বাসিন্দাক

author img

By

Published : Jul 21, 2019, 2:58 PM IST

দলংখনৰ কাম আধৰুৱা হৈ ৰোৱাৰ লগতে এইক্ষেত্ৰত সকলো দেখিও বিভাগীয় কৰ্তৃপক্ষই নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ যাৰ ফলত ভৰ বাৰিষা নাৱেৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে ৷

ভগা দলঙে জ্বলাকলা খুৱাইছে কাদং আৰু কান্দাপাৰা অঞ্চলৰ ৰাইজক

জনীয়া, ২১ জুলাই : জনীয়া সমষ্টিৰ কাদং আৰু কান্দাপাৰা অঞ্চলৰ ৰাইজৰ একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাপে পৰিগণিত হোৱা কান্দাপাৰাস্থিত চাউলখোৱা নৈৰ ওপৰত থকা দলংখনে জ্বলাকলা খুৱাইছে ৰাইজক ৷ বিগত বৰ্ষৰ বাৰিষাত উটি যোৱা দলংখন আজিপৰ্যন্ত মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত যমৰ যাতনা ভোগ কৰি আহিছে ৰাইজে ৷ একমাত্ৰ ঠিকাদাৰৰ কামৰ লেহেমীয়া গতিৰ বাবে দলংখনৰ কাম আধৰুৱা হৈ ৰোৱাৰ লগতে এইক্ষেত্ৰত সকলো দেখিও বিভাগীয় কৰ্তৃপক্ষই নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ যাৰ ফলত ভৰ বাৰিষা নাৱেৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে ৷

ভগা দলঙে জ্বলাকলা খুৱাইছে কাদং আৰু কান্দাপাৰা অঞ্চলৰ ৰাইজক
ইপিনে প্ৰাক্তন বিধায়ক তথা সাংসদ আব্দুল খালেক বিধায়ক হৈ থকা সময়ত দলঙৰ কামটো ঠিকাদাৰে আৱন্টন পাইছিল । কিন্তু দলংখনৰ কাম বৰ্তমানলৈকে সম্পূৰ্ণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷

Intro:slug_as_jania_21jul_uncomplet_wooden_bridge_vis2+byt2_spl_story_asc10058

জনীয়া, ২১ জুলাই: জনীয়া সমষ্টিৰ কান্দাপাৰা-ৰূপাকুচি সংযোগী কাঠৰ দলংখন যোৱা বাৰিষাত উঠি গৈছিল। যাৰ বাবে যাতায়তৰ ক্ষেত্ৰত জমৰ-জাতনাত ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে।Body:slug_as_jania_21jul_uncomplet_wooden_bridge_vis2+byt2_spl_story_asc10058

জনীয়া সমষ্ঠিৰ কাদং আৰু কান্দাপাৰা অঞ্চলৰ ৰাইজৰ একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাবে পৰিগণিত হোৱা কান্দাপাৰাস্থিত চাউলখোৱা নদীৰ ওপৰত থকা কাঠৰ দলংখন। বৃহত্তৰ এলেকাৰ লগতে স্কুল কলেজলৈ যোৱা ছাত্র-ছাত্ৰী সকলৰ যটেষ্ট অসুবিদা সন্মুখীন হবলগীয়া হৈছে। কাৰণ তেওঁলোকে সময় মতে স্কুলত যাব পৰা নাই। টুলুঙা নাৱেৰে যাতায়ত কৰিব লগা হৈছে। এই ক্ষেত্ৰত কব লাগিব যে একমাত্ৰ ঠিকাদাৰৰ লেহেম গতিৰ বাবে কামত আধৰুৱা হৈ আছে। ৰাইজে অভিযোগ উত্থাপিত কৰিছে যে এই ক্ষেত্ৰত জিলা প্ৰশাসন নিৰ্লিপ্ত ভূমিকা লৈ আছে। গতিকে জিলা প্ৰকাশন ধিৰ পদক্ষেপ লব লাগে। প্ৰাক্তন বিধায়ক আব্দুল খালেক বিধায়ক থকা সময়ত দলঙৰ কামটো ঠিকাদাৰে আবন্টন পাইছিল। কিন্তু সেই সময়ৰ পৰা আজিৰ তাৰিখলৈকে কিয় কামখিনি হোৱা নাই। এতিয়া ৰাইজে দাবী জনায় নৱ নিৰ্বাচিত সাংসদ এই ক্ষেত্ৰত পদক্ষেপ লব পাৰে কিন্তু কিয় লোৱা নাই তাৰ কাৰণে দাবী জনায়।Conclusion:slug_as_jania_21jul_uncomplet_wooden_bridge_vis2+byt2_spl_story_asc10058

মন্তব্য : স্থানীয় ৰাইজৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.