ETV Bharat / state

ফখৰুদ্দিন আলী আহমেদ একাডেমীৰ গৃহ উদ্বোধন - অগ্ৰণী শিক্ষানুষ্ঠান

ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ফখৰুদ্দিন আলী আহমেদ একাডেমীৰ শুকুৰবাৰে নতুন গৃহটোৰ উদ্বোধন কৰা হয় । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি বৰুৱা কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ দিনেশ বৈশ্য, অৱসৰ প্ৰাপ্ত উচ্চ শিক্ষা সঞ্চালক দেলুৱাৰ হুছেইনে আৰু জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম ।

ফখৰুদ্দিন আলী আহমেদ একাডেমীৰ গৃহ উদ্বোধন

author img

By

Published : Feb 5, 2021, 9:59 PM IST

জনীয়া,৫ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়াৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ফখৰুদ্দিন আলী আহমেদ একাডেমীৰ শুকুৰবাৰে নতুন গৃহ উদ্বোধন কৰা হয় । বিদ্য়ালয় গৃহ উদ্বোধনৰ লগত সংগতি ৰাখি আলহাজ ওমৰ আলীৰ সভাপতিত্বত এখন উদ্বোধনী সভা অনুষ্ঠিত কৰা হয় বিদ্য়ালয়খনত । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয় খনৰ সঞ্চালক ড০ ইফতিকাৰ আলী আহমেদে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি বৰুৱা কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ দিনেশ বৈশ্য,অৱসৰ প্ৰাপ্ত উচ্চ শিক্ষা সঞ্চালক দেলুৱাৰ হুছেইনে আৰু জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম ।

বিধায়ক গৰাকীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্য়ি বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ মন্তব্য় কৰা লগতে স্বাস্থ্য় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰা দেখা যায় । ইফালে শিক্ষাবিদ তথা গুৱাহাটীৰ বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ দিনেশ বৈশ্যই সাংবাদিকৰ আগত চৰকাৰৰ বিৰুদ্ধে কেইবাটাও মন্তব্য় কৰা দেখা যায় ।

লগতে পঢ়ক:একেদিনাই ২০টা পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.