ETV Bharat / state

বহিঃৰাজ্যত মৃত্যু বৰপেটাৰ এজন কৰ্কটৰোগী

author img

By

Published : May 22, 2020, 4:08 PM IST

বৰপেটাৰ সৰভোগৰ দুৰামাৰী গাঁৱৰ প্ৰফুল্ল নাথ(৬৩) দীৰ্ঘ দিনে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ৷ বৃহস্পতিবাৰে এম্বুলেঞ্চযোগে মুম্বাইৰ পৰা আহি থকা অৱস্থাত লোকজনৰ আদবাটতেই মৃত্যু হয় ৷

ETV BHARAT
বহিঃৰাজ্যত মৃত্যু বৰপেটাৰ এজন কৰ্কটৰোগী

বৰপেটা 22 মেঃ মুম্বাইলৈ চিকিৎসাৰ বাবে যোৱা বৰপেটাৰ সৰভোগৰ দুৰামাৰী গাঁৱৰ প্ৰফুল্ল নাথ(৬৩) মৃত্যু হয় ৷ দীৰ্ঘ দিনে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল লোকজন ৷

বহিঃৰাজ্যত মৃত্যু বৰপেটাৰ এজন কৰ্কটৰোগী

উল্লেখ্য যে, বৰপেটাৰ সৰভোগৰ দুৰামাৰী গাওঁৰ প্ৰফুল্ল নাথ(৬৩) নামৰ লোক জনে মুম্বাইলৈ চিকিৎসাৰ বাবে গৈছিল ৷ বৃহস্পতিবাৰে এম্বুলেঞ্চযোগে মুম্বাইৰ পৰা আহি থকা অৱস্থাত লোকজনৰ আদবাটতেই মৃত্যু ঘটে ৷ মৃতদেহটো সৰভোগলৈ আহি পোৱাৰ পিছতেই, সৰভোগ চেক গেটত মৰ্ডান একাডেমিত দুজন ড্ৰাইভাৰ সহ পুত্ৰ দুজন স্বাস্থ্য পৰীক্ষা কৰে ৷ আনহাতে, মৃতদেহটো সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনা মতে অন্তোষ্টিক্ৰিয়া সম্পন্ন হ'ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক- হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত মাছৰ অস্বাভাৱিক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.