ETV Bharat / state

মাছ মাৰিবলৈ গৈ সন্ধানহীন যুৱক: এছ ডি আৰ এফৰ অভিযান অব্যাহত - One fisherman missing in Beki river

কলগাছিয়াৰ চতলাত বেঁকী নৈত মাছ ধৰিবলৈ গৈ সন্ধানহীন যুৱক ৷ বুধবাৰৰ বিয়লিৰ পৰা সন্ধানহীন হৈ আছে ছুৰত জামান নামৰ যুৱকজন ৷

মাছ মাৰিবলৈ গৈ সন্ধানহীন যুৱক
author img

By

Published : Sep 5, 2019, 6:53 PM IST

জনীয়া, চেপ্টেম্বৰ 05 :

  • কলগাছিয়াৰ চতলাত বেঁকী নৈত মাছ ধৰিবলৈ গৈ সন্ধানহীন যুৱক
  • বুধবাৰৰ বিয়লিৰ পৰা সন্ধানহীন হৈ আছে ছুৰত জামান নামৰ যুৱকজন
    মাছ মাৰিবলৈ গৈ সন্ধানহীন যুৱক
  • স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ লগতে নিজাববীয়াকৈ চলাই উদ্ধাৰ অভিযান
  • কিন্তু যুৱকজনৰ কোনো সন্ধান লাভ নকৰাত আৰক্ষীৰ তৎপৰতাত খবৰ দিয়া হয় এছ ডি আৰ এফ বাহিনীক
  • এছ ডি আৰ এফৰ দলে পুৱাৰে পৰা অভিযান চলাইছে যদিও বৰ্তমানলৈকে সন্ধান উলিয়াব পৰা নাই যুৱকজনৰ ৷
Intro:slug: as_jania_5sep_one_missing_at_beki_update_vis6+byt1+ph3_story_asc10058

Anchor: বেঁকী নৈত মাছ মাৰিবলৈ গৈ কলগাছিয়াৰ চতলাত সন্ধানহীন এজন যুৱক। ছুৰত জামান নামৰ যুৱকজন কালি সন্ধানহীন হৈছিল। আজি ৰাতিপুৱাৰে পৰা চলি আছে SDRF বাহিনীৰ অভিযান।Body:slug: as_jania_5sep_one_missing_at_beki_update_vis6+byt1+ph3_story_asc10058

VO: যোৱা ১২ আগষ্টৰ ঈদৰ দিনা কলগাছিয়াৰ কালামপুৰ চৰত বেঁকী নদীত পৰি সন্ধানহীন হোৱা ৫ জনকৈ লোক সন্ধানহীন হৈছিল। কিন্তু আজিলৈ ৫ জন লোকৰ কোনো সন্ধান নাই। কালি বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চতলাত আন এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। বেঁকী নৈত জালেৰে মাছ মাৰিবলৈ গৈ পাহাৰতলি গাঁৱৰ ছুৰত জামান (৪০) নামৰ এজন যুৱক সন্ধানহীন হৈছে। বুধবাৰে আবেলি ২-৩০ বজাত মাছ মাৰিবলৈ যোৱা যুৱক জন সন্ধানহীন হৈ পৰাত ৰাইজে আৰক্ষীক খবৰ খবৰ দিয়ে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে নিজাববীয়াকৈ চলাইছিল উদ্ধাৰ অভিযান। ইফালে কলগাছিয়া আৰক্ষীৰ তৎপৰতাত আজি ৰাতিপুৱাৰে পৰা উদ্ধাৰ অভিযান চলাই আছে যদিও এতিয়ালৈ ছুৰত জামানৰ কোনো সন্ধান উলিয়াব পৰা নাই।Conclusion:slug: as_jania_5sep_one_missing_at_beki_update_vis6+byt1+ph3_story_asc10058

Byte: ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.