ETV Bharat / state

কৰ্মবিৰতি পালন কৰি অচেতন ঠিকাভিত্তিক কৰ্মচাৰী

author img

By

Published : Oct 3, 2019, 11:58 PM IST

কৰ্মবিৰতিস্থলীত ঢলি পৰি অচেতন হল এগৰাকী ঠিকাভিত্তিক কৰ্মচাৰী | ঘটনাস্থলীত উপস্থিত হ'ল সাংসদ আব্দুল খালেক |

কৰ্মবিৰতি পালন কৰি অচেতন ঠিকাভিত্তিক কৰ্মচাৰী

বৰপেটা, 3অক্টোবৰঃ কলগাছিয়াত অঘটন | বৃহস্পতিবাৰে কৰ্মবিৰতি পালন কৰি থকা অৱস্থাত অচেতন হৈ পৰে এগৰাকী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন পৰিষদৰ ঠিকাভিত্তিক কৰ্মচাৰী ৷ উল্লেখযোগ্য যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন পৰিষদৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে সম-দৰমহা, চাকৰি নিয়মীয়াকৰণ কৰা, দৰমহা বৃদ্ধিকে ধৰি কেইবাটাও দাবীৰ ভিত্তিত যোৱা ১ অক্টোবৰৰ পৰা কৰ্মবিৰতি পালন কৰি ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান কৰিছিল | কিন্তু আজি হঠাতে ঘটনাস্থলীত এগৰাকী কৰ্মচাৰী ঢলি পৰি অচেতন হৈ পৰে | সতীৰ্থ সকলে মূৰত পানী ঢালি সুস্থ কৰিবলৈ চেষ্টা কৰাৰ লগতে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে | ইফালে পৰিস্থিতিৰ বুজ লবলৈ ঘটনাস্থলীত উপস্থিত হয় বৰপেটাৰ সাংসদ আব্দুল খালেক | সাংসদগৰাকীক কৰ্মবিৰতি পালন কৰা পৰিষদৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

Intro:slug: as_jania_3oct_kalgachia_strike_senseless_one_vis2+byt2+pho1_story_asc10058Body:slug: as_jania_3oct_kalgachia_strike_senseless_one_vis2+byt2+pho1_story_asc10058

V.O: কলগাছিয়াত অঘটন | কৰ্ম বিৰতি স্থলীত ঢলি পৰি অচেতন হল এগৰাকী ঠিকা ভিত্তিক কৰ্মচাৰী | ঘটনাস্থলীত উপস্থিত হল সাংসদ আব্দুল খালেক | অচেতন ব্যক্তিজনক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি | উল্লেখযোগ্য যে, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন পৰিষদৰ ঠিকা ভিত্তিক কৰ্মচাৰী সকলে সম কামৰ সম দৰমহা, চাকৰি নিয়মীয়াকৰণ কৰা, দৰমহা বৃদ্ধিকে ধৰি কেইবাটাও দাবীৰ ভিত্তিত যোৱা ১ অক্টোবৰৰ পৰা কৰ্ম বিৰতি পালন কৰি ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান কৰিছিল | কিন্তু আজি হঠাতে ঘটনাস্থলীত এগৰাকী কৰ্মচাৰী ঢলি পৰি অচেতন হৈ পৰে | সতীৰ্থ সকলে মূৰত পানী ঢালি সুস্থ কৰিবলৈ চেষ্টা কৰাৰ লগতে চিকিৎসালয়লৈ প্ৰেৰণ কৰে | ইফালে পৰিস্থিতিৰ বুজ লবলৈ ঘটনাস্থলীত উপস্থিত হয় বৰপেটাৰ সাংসদ আব্দুল খালেক | পৰিষদৰ তৰফৰ পৰা কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ সাংসদ গৰাকীৰ হাতত প্ৰেৰণ কৰে।Conclusion:slug: as_jania_3oct_kalgachia_strike_senseless_one_vis2+byt2+pho1_story_asc10058

Byte: কৰ্মচাৰী আৰু সাংসদ আব্দুল খালেক।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.