ETV Bharat / state

সৰ্থেবাৰীত আবদ্ধ বাণিজ্যসূত্ৰে অসমলৈ অহা 40/50 জনীয়া দল - খাদ্য সংকট

লক ডাউনৰ ফলত 2 মাহ পূৰ্বে কলিকতাৰ পৰা বাণিজ্যসূত্ৰে অসমলৈ অহা 40/50 জনীয়া দল এটি আবদ্ধ হৈ পৰিছে, বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত কুকাৰপাৰত ।

BARPETA LOCK DOWN
BARPETA LOCK DOWN
author img

By

Published : Apr 9, 2020, 11:32 AM IST

বৰপেটা, 9 এপ্ৰিলঃ বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত কুকাৰপাৰত আবদ্ধ 2 মাহ পূৰ্বে কলিকতাৰ পৰা বাণিজ্যসূত্ৰে অসমলৈ অহা প্ৰায় 40/50 জনীয়া এটি দল । লক ডাউনৰ ফলত আবদ্ধ হৈ পৰা সেইসকল লোকৰ মাজত বৰ্তমান দেখা দিছে খাদ্য সংকটে । স্থানীয় কোনো কোনো লোকে তেওঁলোকক সহায় কৰিছে যদিও স্থানীয় লোকে জানিবলৈ দিয়া মতে, জিলা প্ৰসাশন তথা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই পৰ্যন্ত তেওঁলোকৰ বাবে ব্যৱস্থা কৰা হোৱা নাই, কোনো খাদ্য সামগ্ৰী আৰু স্বাস্থ্য পৰীক্ষাৰ । আনহাতে জিলা পৰিষদৰ সদস্য বাবুল আলীয়ে কিছু পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰে যদিও, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক গৰাকীৰ বৰ্তমানলৈ দৃষ্টিগোচৰ হোৱা নাই তেওঁলোক ।

সৰ্থেবাৰীত আবদ্ধ বাণিজ্যসূত্ৰে অসমলৈ অহা 40/50 জনীয়া দল

লগতে পঢ়কঃ COVID19 আক্ৰান্ত ব্যক্তিক লৈ চাপৰত আতংক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.