ETV Bharat / state

ৰঙালী বিহুলৈ সাজু বৰপেটাৰ বাদ্য ব্যৱসায়ী - চহা কৃষিজীৱি অসমীয়া

বাপতিসাহোন ৰঙালী বিহুক আদৰাৰ বাবে সাজু অসমবাসী ৷ বিহুলৈ সাজু হৈছে বাদ্যযন্ত্ৰৰ ব্যৱসায়ী সকলো। বৰপেটা চহৰৰ সৰস্বতী বাদ্য মন্দিৰৰ বাদ্যকাৰ সকলে বিহুৰ ঢোলকে ধৰি বিহুৰ বিবিধ লোকবাদ্য প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। 45 বছৰ পুৰনি এই সৰস্বতী বাদ্য মন্দিৰৰ বাদ্যকাৰ সকল প্ৰতি বছৰে বিহুৰ সময়ত ব্যস্ত হৈ পৰে ৷

ৰঙালী বিহুলৈ সাজু বৰপেটাৰ বাদ্য ব্যৱসায়ী

author img

By

Published : Apr 13, 2021, 9:44 AM IST

বৰপেটা,13 এপ্ৰিল: পদূলি পালেহি হেপাঁহৰ ৰঙালী ৷ বাপতিসাহোন ৰঙালী বিহুক আদৰাৰ বাবে সাজু অসমবাসী ৷ বিহুলৈ সাজু হৈছে বাদ্যযন্ত্ৰৰ ব্যৱসায়ী সকলো। বৰপেটা চহৰৰ সৰস্বতী বাদ্য মন্দিৰৰ বাদ্যকাৰ সকলে বিহুৰ ঢোলকে ধৰি বিহুৰ বিবিধ লোকবাদ্য প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। 45 বছৰ পুৰনি এই সৰস্বতী বাদ্য মন্দিৰৰ বাদ্যকাৰ সকল প্ৰতি বছৰে বিহুৰ সময়ত ব্যস্ত হৈ পৰে ৷

ৰঙালী বিহুলৈ সাজু বৰপেটাৰ বাদ্য ব্যৱসায়ী
ৰঙালী বিহুলৈ সাজু বৰপেটাৰ বাদ্য ব্যৱসায়ী
বিগত বছৰটোত ক'ভিড মহামাৰীৰ বাবে বিহু পালন কৰিব পৰা নাছিল চহা কৃষিজীৱি অসমীয়াই ৷ যাৰ ফলত বিশেষ ভাৱে লোকচানৰ সন্মুখীন হৈছিল ব্যৱসায়ী সকল। বছৰৰ পাচত বছৰ ধৰি শিল্প কৰ্মৰ লগত জড়িত বাদ্য শিল্পী সকলে আজিলৈকে নাপালে কোনো চৰকাৰী সুবিধা ৷ একমাত্ৰ বাদ্যযন্ত্ৰ মেৰামতি কৰি পৰিয়াল পোহপাল দিয়া এই সকল শিল্পীৰ নাই কোনো চহকী জীৱন ৷

লগতে পঢ়ক: আজি উৰুকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.