ETV Bharat / state

NRCৰ পৰা বাদ পৰা ১৯ লাখৰ অধিকাংশই ভাৰতীয়ঃ আব্দুল খালেক - CAA

৬০-৭০ ৰ দশকত যিদৰে বিনা কাৰণত সংখ্যালঘু লোকৰ ওপৰত নিৰ্যাতন চলাই বলপূৰ্বক ভাৱে সীমান্ত পাৰ কৰি পাকিস্তানলৈ পঠিয়াই দিছিল সেই পৰিৱেশৰ পুনৰাবৃত্তি ঘটাব বিচাৰিছে চৰকাৰে।

NRC আৰু CAA সন্দৰ্ভত আব্দুল খালেক
NRC আৰু CAA সন্দৰ্ভত আব্দুল খালেক
author img

By

Published : Dec 23, 2019, 2:33 PM IST

বৰপেটা, 23 ডিচেম্বৰ: "৬০-৭০ৰ দশকৰ পৰিৱেশ ঘূৰাই আনি অসমত অশান্তি বিয়পোৱাৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে।" CAA ৰ বিৰোধিতাৰে উক্ত মন্তব্য কৰি এইবাৰ বিজেপিৰ প্ৰতি সৰৱ হৈ পৰিল বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ গোৱালপাৰা জিলাৰ সীমামূৰীয়া অঞ্চল তথা বৰপেটা জিলাৰ খাটিয়ামাৰীত অনুষ্ঠিত এখন সভাত উপস্থিত হৈ সম্প্ৰতি সমগ্ৰ দেশত হৈ থকা অগ্নিগৰ্ভা পৰিৱেশৰ বাবে বিজেপি চৰকাৰক জগৰীয়া কৰে সাংসদ আব্দুল খালেকে ৷

NRC আৰু CAA সন্দৰ্ভত আব্দুল খালেক

সংশোধিত নাগৰিকত্ব আইন আৰু সমগ্ৰ দেশতে NRC হ'ব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ঘোষণা কৰাৰ পিচতে জ্বলিছে দেশ। ৬০-৭০ ৰ দশকত যিদৰে বিনা কাৰণত সংখ্যালঘু লোকৰ ওপৰত নিৰ্যাতন চলাই বলপূৰ্বক ভাৱে সীমান্ত পাৰ কৰি পাকিস্তানলৈ পঠিয়াই দিছিল সেই পৰিৱেশৰ পুনৰাবৃত্তি ঘটাব বিচাৰিছে চৰকাৰে । ৰাজ্য তথা দেশৰ এই পৰিস্থিতিৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰক দোষী সাব্যস্ত কৰিছে সাংসদ আব্দুল খালেকে।

উল্লেখ্য যে,দেশৰ সংবিধানে দিয়া অধিকাৰৰ আধাৰত সকলোৱে মিলি সম্প্ৰীতিৰ শক্তিশালী অসম গঢ়াৰ আহ্বান জনায় সাংসদ গৰাকীয়ে ৷ লগতে সভাত নিজৰ কাৰ্যকালত দক্ষিণ বৰপেটা নগৰবেৰাক সংযোগ কৰি এখন পকী দলং নিৰ্মাণৰ আশ্বাস দিয়ে সাংসদ আব্দুল খালেক আহমেদে ।
লগতে পঢ়ক : চৰকাৰ শংকিত হৈছে::উপমন্যু হাজৰিকা

Intro:
Anchor : ৬০-৭০ ৰ দশকৰ পৰিৱেশ ঘুৰাই আনি অসমত অশান্তি বিয়পোৱাৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে। NRC ৰ পৰা বাদ পৰা ১৯ লাখৰ অধিকাংশই ভাৰতীয় বুলি দাবী কৰিলে সাংসদ আব্দুল খালেকে। সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ বৰপেটাৰ সাংসদ আব্দুল খালেকৰ ।Body:as_gol_23dec_801_mp_abdul_khalek_nrc_caa_vis+byte_7203844.

Anchor : ৬০-৭০ ৰ দশকৰ পৰিৱেশ ঘুৰাই আনি অসমত অশান্তি বিয়পোৱাৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে। NRC ৰ পৰা বাদ পৰা ১৯ লাখৰ অধিকাংশই ভাৰতীয় বুলি দাবী কৰিলে সাংসদ আব্দুল খালেকে। সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ বৰপেটাৰ সাংসদ আব্দুল খালেকৰ ।

V. O : সম্প্ৰতি ৰাজ্যৰ লগতে সমগ্ৰ দেশতেই অগ্নিগৰ্ভা পৰিৱেশ। সংশোধিত নাগৰিকত্ব আইন আৰু সমগ্ৰ দেশতে NRC হব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ঘোষনা কৰাৰ পিছতে জ্বলিছে দেশ। ৰাজ্য তথা দেশৰ এই পৰিস্থিতিৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰক দোষী সাব্যস্ত কৰিছে সাংসদ আব্দুল খালেকে । গোৱালপাৰা জিলাৰ হিমামূৰীয়া অঞ্চল তথা বৰপেটা জিলাৰ খাটিয়ামাৰীত এখন সভাত সাংসদ আব্দুল খালেকে কয়, ৬০-৭০ ৰ দশকত যিদৰে বিনা কাৰণত সংখ্যালঘু লোকৰ ওপৰত নিৰ্যাতন চলাই বলপূৰ্বক ভাৱে সীমান্ত পাৰ কৰি পাকিস্তানলৈ পঠিয়াই দিছিল সেই পৰিৱেশৰ পুনৰাবৃত্তি ঘটাব বিচাৰিছে চৰকাৰে।
দেশৰ সংবিধানে দিয়া অধিকাৰৰ আধাৰত সকলোৱে মিলি সম্প্ৰীতিৰ শক্তিশালী অসম গঢ়াৰ আহ্বান জনায় সাংসদ গৰাকীয়ে ।
সমগ্ৰ দেশতে সংশোধিত নাগৰিকত্ব আইন বলপূৰ্বক ভাৱে জাপি দি সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে চৰকাৰখনে। কেৱল এয়াই নহয়, আইনখনৰ জৰিয়তে দেশবাসীক জাতপাতত ভাগ ভাগ কৰি ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা কৰিছে বিজেপিয়ে। See Byte.
সভাত নিজৰ কাৰ্যকালত দক্ষিণ বৰপেটা নগৰবেৰাক সংযোগ কৰি এখন পকী দলং নিৰ্মাণৰ আশ্বাস দিয়ে সাংসদ আব্দুল খালেক আহমেদে ।

Byte : সাংসদ,আব্দুল খালেক ।

গোৱালপাৰা পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।Conclusion:Byte : সাংসদ,আব্দুল খালেক ।

গোৱালপাৰা পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.