ETV Bharat / state

বৰপেটাত পুনৰ ৪,১৬,৫০০ টকা জব্দ

author img

By

Published : Mar 17, 2021, 6:07 PM IST

ফ্লায়িং স্কোৱাড, এছএছটি আৰু আৰক্ষীয়ে অভিযান চলাই ৪,১৬,৫০০ টকা জব্দ কৰে ৷ বৰপেটা-ভৱানীপুৰ অভিমুখী এখন যাত্ৰীবাহী বাছত তালাচী চলাই জব্দ কৰা হয় এই টকাখিনি ৷

money recoverd at barpeta
বুধবাৰে বৰপেটাত পুনৰ ৪,১৬,৫০০ টকা জব্দ

বৰপেটা,১৭ মাৰ্চ: ফ্লায়িং স্কোৱাড, এছএছটি আৰু আৰক্ষীৰ অভিযানত বুধবাৰে পুনৰ ৪,১৬,৫০০ টকা জব্দ কৰা হয় ৷ বৰপেটা-ভৱানীপুৰ অভিমুখী এখন যাত্ৰীবাহী বাছত তালাচী চলাই জব্দ কৰা হয় এই টকাখিনি ৷

আৰক্ষীত সূত্ৰই সদৰী কৰা মতে, বাছখনত অহা এজন যাত্ৰীৰ পৰা এই টকাখিনি জব্দ কৰা হয় ৷ ধনখিনিৰ উৎস সম্পৰ্কে কোনো তথ্য দাখিলত ব্যৰ্থ হোৱাত বৰ্তমান বৰপেটা জিলা কোষাগাৰত ধনখিনি জমা কৰা হৈছে ৷ এই তথ্য সংবাদ মাধ্যমৰ আগত সদৰী কৰে বৰপেটাৰ জিলা তথ্য বিষয়া বিকাশ শৰ্মাই ৷

লগতে পঢ়ক: গোলকগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ ছুবাহান আলী সৰকাৰক উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.