ETV Bharat / state

179 গৰাকী বেণ্ডপাৰ্টী শিল্পীক সাহাৰ্য বিধায়ক ৰঞ্জিত দাসৰ - বৰপেটাৰোড সাহিত্য সভা ভৱন

বৰপেটাৰোড সাহিত্য সভা ভৱনত অয়োজিত এক অনুষ্ঠানত সোমবাৰে বিধায়ক ৰঞ্জিত দাসে সৰভোগ বিধানসভা সমষ্টিৰ 28 টা বেণ্ডপাৰ্টী দলৰ 179 গৰাকী শিল্পীক আৰ্থিক সাহাৰ্য প্ৰদান কৰে ।

MLA Ranjit Das donation to 179 band party Artits
179 গৰাকী বেণ্ডপাৰ্টী শিল্পীক সাহাৰ্য বিধায়ক ৰঞ্জিত দাসৰ
author img

By

Published : May 25, 2020, 9:50 PM IST

বৰপেটাৰোড, 25 মেঃ অসমীয়া সমাজ সংস্কৃতিৰ সৈতে বেণ্ডপাৰ্টীৰ আছে এক গভীৰ সম্পৰ্ক । বিবাহ-সবাহত বেণ্ডপাৰ্টীত বজায়েই বহু লোকে নিজৰ পৰিয়াল পোহপাল দি আহিছিল যদিও সম্প্ৰতি দেশজুৰি ঘোষণা কৰা লকডাউনে দুৰ্দশা কঢ়িয়াই আনিছে এইসকল শিল্পীৰ জীৱনলৈ ।

বেণ্ডপাৰ্টী শিল্পীক বিধায়ক ৰঞ্জিত দাসৰ সাহাৰ্য

লকডাউনৰ ফলত আৰ্থিক দুৰ্দশাৰ সন্মুখীন হোৱা এইসকল বাদ্যযন্ত্ৰীক সোমবাৰে সাহাৰ্য আগবঢ়ায় সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসে ।

বৰপেটাৰোড সাহিত্য সভা ভৱনত অয়োজিত এক অনুষ্ঠানত সোমবাৰে সৰভোগ বিধানসভা সমষ্টিৰ 28 টা বেণ্ডপাৰ্টি দলৰ 179 গৰাকী শিল্পীক আৰ্থিক সাহাৰ্য প্ৰদান কৰে । ইয়াৰ উপৰিও বিধায়ক গৰাকীয়ে আন বিধায়ক সকলকো নিজ নিজ সমষ্টিৰ বেণ্ডপাৰ্টীৰ শিল্পীসকলক সহায় কৰাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক- ধেমাজিত চিনাক্ত জিলাখনৰ প্ৰথমগৰাকী কোভিড-19 ৰোগী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.