ETV Bharat / state

সৰুক্ষেত্ৰীৰ বান পৰিস্থিতি পৰিদৰ্শন জিলা পৰিষদৰ সদস্যৰ

author img

By

Published : Jul 1, 2020, 1:33 PM IST

বানৰ কবলত পৰিছে বৰপেটাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুক্ষেত্ৰী মৌজা ৷ বন্যাৰ্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে সৰুক্ষেত্ৰীত উপস্থিত হয় কংগ্ৰেছৰ যুৱ নেতা তথা ৭নং দক্ষিণ-পূৱ সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্য বাবুল আলী ।

Member of Zilla Parishad to inspect the flood situation in Sarukshetri Barpeta etv bharat news
সৰুক্ষেত্ৰীৰ বান পৰিস্থিতি

বৰপেটা,1 জুলাই: আহাৰমহীয়া বানত বিপৰ্যস্ত হৈ পৰিছে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলা ৷ বানৰ বাবে স্তব্ধ হৈ পৰিছে সৰ্বস্তৰৰ ৰাইজৰ জন-জীৱন ৷ সম্প্ৰতি বানৰ কবলত পৰিছে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুক্ষেত্ৰী মৌজা ৷ বন্যাৰ্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে সৰুক্ষেত্ৰীত উপস্থিত হয় কংগ্ৰেছৰ যুৱ নেতা তথা ৭নং দক্ষিণ-পূৱ সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্য বাবুল আলী । আলীয়ে যশোদাৰ পাম,যশোদা গাঁও আৰু বনিয়াকুছিৰ প্ৰায় দুশ পৰিয়ালৰ মাজত উপস্থিত হৈ মনৰ বুজ লোৱাৰ লগতে চিৰা,চেনি,বিস্কুট আদি খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

সৰুক্ষেত্ৰীৰ বান পৰিস্থিতি পৰিদৰ্শন

লগতে চাওকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানঃ সষ্টম বনৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.