ETV Bharat / state

পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান - বৰপেটা

আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি ১৫ জুনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এক জাননী যোগে এই কথা জনাইছে উদ্যানখনৰ প্ৰকল্প সঞ্চালক আৰ এন বড়োৱে ৷

পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান
author img

By

Published : Jun 7, 2019, 12:22 PM IST

বৰপেটাৰোড,7 জুনঃ প্ৰকৃতিৰ ৰম্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে অহা ১৫ জুনৰ পৰা বন্ধ থাকিব ৷ আগন্তুক বাৰিষা কালৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি উদ্যানখনিৰ প্ৰকল্প সঞ্চালক আৰ এন বড়োৱে এক জাননী যোগে জনাইছে ৷ উদ্যানখন পুনৰ কেতিয়া পৰ্যটকৰ বাবে মুকলি কৰা হ'ব সেয়া পৰৱৰ্তী সময়ত জাননী যোগে জনোৱাৰ কথাও নিৰ্দেশনা পত্ৰত উল্লেখ কৰে মানাহৰ প্ৰকল্প সঞ্চালক আৰ এন বড়োৱে ৷

ETV_BHARAT_ASSAM

Intro:বৰপেটাৰোড : প্ৰকৃতিৰ ৰম্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যানখনি পৰ্য্যটকৰ বাবে অহা ১৫ জুনৰ পৰা বন্ধ থাকিব ৷ আগন্তুক বাৰিষা কালৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি উদ্যানখনিৰ প্ৰকল্প সঞ্চালক আৰ এন বড়োই এক জাননী যোগে জনাইছে ৷ উদ্যানখনি পুনৰ কেতিয়া পৰ্যটকৰ বাবে মুকলি কৰা হব সেয়া পৰৱৰ্তী সময়ত জাননী যোগে জনোৱাৰ কথাও নিৰ্দেশনা পত্ৰত উল্লেখ কৰে মানাহৰ প্ৰকল্প সঞ্চালক আৰ এন বড়োই ৷
Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
(Sorbhog)Body:বৰপেটাৰোড : প্ৰকৃতিৰ ৰম্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যানখনি পৰ্য্যটকৰ বাবে অহা ১৫ জুনৰ পৰা বন্ধ থাকিব ৷ আগন্তুক বাৰিষা কালৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি উদ্যানখনিৰ প্ৰকল্প সঞ্চালক আৰ এন বড়োই এক জাননী যোগে জনাইছে ৷ উদ্যানখনি পুনৰ কেতিয়া পৰ্যটকৰ বাবে মুকলি কৰা হব সেয়া পৰৱৰ্তী সময়ত জাননী যোগে জনোৱাৰ কথাও নিৰ্দেশনা পত্ৰত উল্লেখ কৰে মানাহৰ প্ৰকল্প সঞ্চালক আৰ এন বড়োই ৷
Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
(Sorbhog)Conclusion:বৰপেটাৰোড : প্ৰকৃতিৰ ৰম্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যানখনি পৰ্য্যটকৰ বাবে অহা ১৫ জুনৰ পৰা বন্ধ থাকিব ৷ আগন্তুক বাৰিষা কালৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি উদ্যানখনিৰ প্ৰকল্প সঞ্চালক আৰ এন বড়োই এক জাননী যোগে জনাইছে ৷ উদ্যানখনি পুনৰ কেতিয়া পৰ্যটকৰ বাবে মুকলি কৰা হব সেয়া পৰৱৰ্তী সময়ত জাননী যোগে জনোৱাৰ কথাও নিৰ্দেশনা পত্ৰত উল্লেখ কৰে মানাহৰ প্ৰকল্প সঞ্চালক আৰ এন বড়োই ৷
Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
(Sorbhog)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.