ETV Bharat / state

বজালী মহাবিদ্যালয়ৰ মুখপত্ৰ 'বজালীয়ান' উন্মোচন

বিশ্ববিদ্যালয়লৈ উন্নীত হ'লেও "বজালীয়ান" হৈয়ে থাকিব বজালী মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীৰ নাম ৷ এই মন্তব্য বিশ্ববিদ্যালয়খনৰ নৱনিযুক্ত উপাচাৰ্য্য ডঃ বিৰিঞ্চি কুমাৰ দাসৰ ৷

author img

By

Published : Jul 2, 2019, 11:08 PM IST

বজালী মহাবিদ্যালয়ৰ মুখপত্ৰ 'বজালীয়ান' উন্মোচন

বজালী, 2 জুলাই : নামনি অসমৰ অন্যতম শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয় এতিয়া পৰিণত হৈছে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ ৷ মঙলবাৰে বিশ্ববিদ্যালয় প্ৰাংগনত মহাবিদ্যালয়খনৰ বাৰ্ষিক আলোচনী 'বজালীয়ান' উন্মোচন কৰি বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ডঃ বিৰিঞ্চি কুমাৰ দাসৰ ঘোষণা, বজালী মহাবিদ্যালয় বিশ্ববিদ্যালয় হ'লেও বাৰ্ষিক আলোচনীৰ নাম ভৱিষ্যতেও থাকিব "বজালীয়ান" হিচাপেই ৷ আনহাতে অতি শীঘ্ৰেই বজালী মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ নাম ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নামেৰে নামাকৰণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে নৱনিযুক্ত উপাচাৰ্যগৰাকীয়ে ৷

Intro:Pathsala Bajali Clg

বজালী মহাবিদ্যালয়ৰ মুখপত্ৰ 'বজালীয়ান' উন্মোচন ll

উন্মোচন কৰে ভট্টদেৱ বিশ্ববিদ্যালয় ৰ নৱনিযুক্ত উপাচাৰ্য্য ড০ বিৰিঞ্চি কুমাৰ দাসে l

উপাচাৰ্য্যৰ বজালী লৈ সন্মান জনক ঘোষণা ll

বিশ্ববিদ্যালয় হলেও ভৱিষ্যতেও শিক্ষানুষ্ঠান ৰ বাৰ্ষিক আলোচনী ৰ নাম অক্ষুন্ন থাকিব বজালীয়ান llBody:Pathsala bajali clg

পাঠশালাৰ,2জুলাই:নামনি অসমৰ অন্যতম ঐতিহ্য ক্ষেত্ৰ বজালী মহাবিদ্যালয় এতিয়া পৰিণত হৈছে ভট্টদেৱ বিশ্ববিদ্যালয় লৈ l অাজি বিশ্ববিদ্যালয় প্ৰাংগনতে উন্মোচন কৰা বজালী মহাবিদ্যালয় ৰ বাৰ্ষিক আলোচনী 'বজালীয়ান' l আলোচনী খন উন্মোচন কৰি ভট্টদেৱ বিশ্ববিদ্যালয় ৰ নৱনিযুক্ত উপাচাৰ্য্য ড০ বিৰিঞ্চি কুমাৰ দাসৰ ঘোষণা যে বজালী মহাবিদ্যালয় বিশ্ববিদ্যালয় হলেও বাৰ্ষিক আলোচনী ৰ নাম ভৱিষ্যতেও থাকিব বজালীয়ান l আনহাতে দুই এদিনতে বজালী মহাবিদ্যালয় ৰ প্ৰৱেশ দ্বাৰ সলনি হৈ ৰূপান্তৰিত হব ভট্টদেৱ বিশ্ববিদ্যালয় নামেৰে l অাজি উপাচাৰ্য্য গৰাকী এ সংবাদ মাধ্যমৰ আগত এনেদৰে কোৱাৰ লগতে বিশ্ববিদ্যালয় ৰ আগন্তুক পৰিকল্পনা সন্দৰ্ভত মন্তব্য প্ৰদান কৰে l

Conclusion:Byte - vc ড০ বিৰিঞ্চি কুমাৰ দাস
Video-4
Photo-1
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.