ETV Bharat / state

বৰপেটা সত্ৰত আৰম্ভ হৈছিল কাঞ্চনজংঘাৰ প্ৰথম শ্বুটিং

বৰপেটা সত্ৰৰ পৰাই বি এইছ কলেজলৈ কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে ৰাওনা হয় জুবিন ৷ তাৰ পাচতেই কাঞ্চনজংঘাৰ টীম লৈ বজালীত উপস্থিত হ'ব বুলি জানিবলৈ দিয়ে জুবিনে

author img

By

Published : Aug 24, 2019, 5:33 PM IST

বৰপেটা সত্ৰত আৰম্ভ হৈছিল কাঞ্চনজংঘাৰ প্ৰথম শ্বুটিং

বৰপেটা ২৪ আগষ্ট: বৰপেটা সত্ৰত উপস্থিত যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ ৷ পত্নী গৰিমা গাৰ্গসহ সত্ৰত উপস্থিত হৈ সেৱা ললে জুবিনে ৷ জুবিনৰ কাঞ্চনজংঘাৰ প্ৰথম দৃশ্য গ্ৰহণ বৰপেটা সত্ৰৰ পৰাই আৰম্ভ হোৱা বুলি মন্তব্য কৰে শিল্পীগৰাকীয়ে ৷ বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ ফাকুৱাৰ দিনটোত কাঞ্চনজংঘাৰ দৃশ্য গ্ৰহণ আৰম্ভ হৈছিল বুলিও মন্তব্য কৰে জুবিন গাৰ্গে ৷ সত্ৰৰ পৰাই বি এইছ কলেজলৈ কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে ৰাওনা হয় জুবিন ৷ তাৰ পাচতেই কাঞ্চনজংঘাৰ টীম লৈ বজালীত উপস্থিত হ'ব বুলি জানিবলৈ দিয়ে জুবিনে ৷

Intro:

বৰপেটা ২৪ আগষ্ট: বৰপেটা সত্ৰতেই প্ৰথম আৰম্ভ হৈছিল কাঞ্চনজংঘাৰ চুটিং

বৰপেটা সত্ৰত জুবিন গাৰ্গ ৷

কাঞ্চনজংঘা'ক লৈ চলাই থকা প্ৰচাৰৰ মাজতে বৰপেটা সত্ৰত উপস্থিত জুবিন গাৰ্গ ৷

বৰপেটা সত্ৰত গৰিমা গাৰ্গৰ সৈতে সপত্নীক সেৱা ললে জুবিনে ৷

সত্ৰত উপস্থিত হৈ জুবিন গাৰ্গে কলে- বৰপেটালৈ আহিলেই সত্ৰলৈ আহো ৷

জুবিনে কলে- কাঞ্চনজংঘাৰ কথাও ৷

Body:জুবিনে কলে- বৰপেটাত আৰম্ভ হৈছিল প্ৰথম কাঞ্চনজংঘাৰ চুটিং ৷

বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ ফাকুৱাৰ দিনটোত কাঞ্চনজংঘাৰ চুটিং আৰম্ভ কৰিছিল জুবিন গাৰ্গে ৷

কাঞ্চনজংঘা চাবলৈ সকলোকে আহ্বান জনালে জুবিন গাৰ্গে ৷

আনকি সাংবাদিকসকলকো জুবিনৰ আহ্বান - আপোনালোকো আহক কাঞ্চনজংঘা চাবলৈ ৷

বৰপেটা সত্ৰৰ পৰা জুবিন গাৰ্গ বি এইছ কলেজলৈ ৰাওণা ৷

বি এইচ কলেজত কাঞ্চনজংঘাৰ প্ৰচাৰ চলাব জুবিনে ৷

তাৰপিচতেই কাঞ্চনজংঘাৰ টীম লৈ জুবিন গাৰ্গ উপস্থিত হব বজালীত ৷

আনহাতে কাইলৈ কোকৰাঝাৰত ছবিখনৰ প্ৰচাৰ চলাব জুবিনে ৷

Conclusion:বাইটঃ জুবিন গাৰ্গ ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.