ETV Bharat / state

ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী থিয় কৰোৱা হ’ব পাটাছাৰকুছিত: কমল কুমাৰ মেধি

author img

By

Published : Jan 31, 2021, 6:19 PM IST

Updated : Feb 1, 2021, 9:27 AM IST

ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী থিয় কৰোৱা হ’ব পাটাছাৰকুছিত ৷ দেওবাৰে পাঠশালাত এক বাইক ৰেলীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ৷

as_bar_kamal-medhi-bikw-rally-at-pathasala_vis_asc10059
ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী থিয় কৰোৱা হ’ব পাটাছাৰকুছিত: কমল কুমাৰ মেধি

পাঠশালা,31 জানুৱাৰী: পাঠশালাত কমল কুমাৰ মেধিৰ প্ৰতিক্ৰিয়া ৷ ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী থিয় কৰোৱা হ’ব পাটাৰকুছিত ৷ ইয়াৰ উপৰিও ভৱানীপুৰ আৰু সৰুক্ষেত্ৰীতো দলটোৱে থিয় কৰাব প্ৰাৰ্থী ৷ দেওবাৰে পাঠশালাত এক বাইক ৰেলীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ৷

ইয়াৰ উপৰিও মন্ত্ৰী হিমন্ত বিশ্বক শত্ৰু আখ্যা কমল কুমাৰ মেধিৰ ৷ আগন্তুক বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ অংগীকাৰ কমল কুমাৰ মেধিৰ ৷ আনহাতে, এইপৰ্যন্ত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাই বুলিও মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ৷

লগতে পঢ়ক-স্বাধীনতাৰ পিচৰে পৰা এগৰাকীও মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা নকৰা সমষ্টিটো

Last Updated : Feb 1, 2021, 9:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.