ETV Bharat / state

কলগাছিয়াত প্ৰতিবাদত নামিল কলেজ শিক্ষক গোট - নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৰপেটাৰ কলগাছিয়াত কলেজ শিক্ষক গোটৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট ৷

Kalgasiya College Teacher protest against CAA
কলগাছিয়াত প্ৰতিবাদত নামিল কলেজ শিক্ষক গোট
author img

By

Published : Dec 16, 2019, 7:55 PM IST

জনিয়া, 16 ডিচেম্বৰঃ ক্ষান্ত হোৱা নাই সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জ্বলা জুইকুৰা ৷ প্ৰতিবাদ অব্যাহত ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ বৰপেটাৰ কলগাছিয়াত কলেজ শিক্ষক গোটৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট ৷ সদৌ অসম কলেজ শিক্ষক সন্থাৰ বৰপেটা মাণ্ডলিকৰ সিদ্ধান্ত মৰ্মে আজি কলগাছিয়াৰ নৱজ্যোতি কলেজ শিক্ষক গোটে হাতত বিভিন্ন প্লে কাৰ্ড লৈ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ বাবে এই আন্দোলন অব্যাহত থাকিব বুলিও উল্লেখ কৰে ৷

কলগাছিয়াত প্ৰতিবাদত নামিল কলেজ শিক্ষক গোট

আৰু পঢ়কঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লণ্ডনত প্ৰবাসী অসমীয়াৰ প্ৰতিবাদ

Intro:Body:

V:O: কলগাছিয়াত কলেজ শিক্ষক গোটৰ CAA বিৰোধী অবস্থান ধৰ্মঘট । কলা বেজ পৰিধান কৰি কলেজৰ শিক্ষকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পালন কৰিলে এই প্ৰতিবাদ ।  উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে সংখ্যাৰ বলত জোৰ জুলুম ভাবে অসমত জাপি দিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম ছাত্র সন্থা তথা আন সংগঠনৰ আন্দোলনক সমৰ্থন কৰি সদৌ অসম কলেজ শিক্ষক সন্থাৰ বৰপেটা মাণ্ডলিকৰ  সিদ্ধান্ত মৰ্মে আজি কলগাছিয়াৰ নৱজ্যোতি কলেজ শিক্ষক গোটে দিনৰ ১১ বজাৰ পৰা ১-০০ বজালৈ হাতে হাতে CAA বিৰোধী প্লে-কাৰ্ড  লৈ তিনি ঘন্টীয়া অবস্থান ধৰ্মঘট পালন কৰে ।

Bytes: কলেজ শিক্ষকৰ মন্তব্য 

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.