ETV Bharat / state

কলগাছিয়াত অট’ আৰু চাইকেলৰ মুখামুখী সংঘৰ্ষ

author img

By

Published : Oct 26, 2019, 6:37 PM IST

কলগাছিয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অট’ আৰু চাইকেল আৰোহীৰ মুখামুখী সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নৱজ্যোতি মহাবিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰী ৷

কলগাছিয়াত অট’ আৰু চাইকেলৰ মুখামুখী সংঘৰ্ষ

কলগাছিয়া, 26 অক্টোবৰঃ শনিবাৰে কলগাছিয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ অট’ আৰু চাইকেল আৰোহীৰ মুখামুখী সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নৱজ্যোতি মহাবিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰী ৷ আহত ছাত্ৰী কেইগৰাকীক কলগাছিয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অট’ খনৰ চালকজনে ৷ উল্লেখ্য যে,নম্বৰ প্লেট তথা অনুজ্ঞা পত্ৰ বিহীন অট’,টেম্পো তথা ই-ৰিক্সা চালকৰ দৌৰাত্ম্যৰ ফলত বিগত দিনত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ৷ এই বিষয়ে সংশ্লিষ্ট বিভাগক ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

আৰু পঢ়কঃ চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ দুজনৰ আৱস্থা সংকটজনক

যোৰাবাটত জব্দ কয়লা ভৰ্তি ট্ৰাক

Intro:slug: as_jania_26oct_tampo_accident_vis2+byt3+pho1_story_asc10058

Anchor: কলগাছিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। কলেজৰ পাঁচ গৰাকী ছাত্ৰী সহ টেম্পু দহ পুখুৰীত পেলাই চালকৰ পলায়ন। কলগাছিয়াৰ লগতে পশ্চিম বৰপেটাত অনুজ্ঞা পত্ৰ অবিহনে টেম্পু-ই ৰিক্সাৰ দৌৰাত্ম্য।Body:slug: as_jania_26oct_tampo_accident_vis2+byt3+pho1_story_asc10058

VO: কলগাছিয়াত শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নম্বৰ বিহীন এখন টেম্পু এখনত নৱজ্যোতি মহাবিদ্যালয়ৰ পাঁচ গৰাকীকৈ ছাত্ৰী কলেজৰ পৰা ঘৰলৈ গৈ থকাৰ পথত এগৰাকী চাইকেল আৰোহীৰ লগত মুখামুখী সংঘৰ্ষ হোৱাৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত চাইকেল আৰোহীৰ লগতে কেইবাগৰাকী ছাত্ৰী আঘাত প্ৰাপ্ত হোৱাত কলগাছিয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, অনুজ্ঞা পত্ৰ বিহীন টেম্পু আৰু ই ৰিক্সাৰ দৌৰাত্ম্যই সম্প্ৰতি ৰাইজক অস্থিৰ কৰি তুলিছে। য'ত ইচ্ছা তাতেই পাৰ্কিং কৰি যান জঠৰ সৃষ্টি কৰি ৰাখে। যাৰ ফলত এই টেম্পু চালক আৰু ই-ৰিক্সাৰ চালক সকলৰ ভূলৰ বাবে কোন মূহুৰ্তত কাৰ প্ৰাণ যায় কোনেও ক'ব নোৱাৰে। তাৰ কাৰণে টেম্পু চালক আৰু ই-ৰিক্সা প্ৰতি চৰকাৰক চোকা নজৰ দিবলৈ ৰাইজে আহ্বান জনাইছে।
Conclusion:slug: as_jania_26oct_tampo_accident_vis2+byt3+pho1_story_asc10058

Byte: ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.