কলগাছিয়া, 13 ডিচেম্বৰঃ লোকসভা তথা ৰাজ্যসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক 1019 ৷ বৃহস্পতিবাৰে মাজনিশা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিধেয়কখনত স্বাক্ষৰ কৰাৰ পাচতে পৰিণত হয় আইনলৈ ৷ আনহাতে, শুকুৰবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বৰপেটা জিলাৰ কলগাছিয়াতো বিধেয়কখন বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদত ৷ কলগাছিয়া বজাৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কলগাছিয়া বজাৰত সাব্যস্ত কৰে প্ৰতিবাদ ৷ জাতিধ্বংসী এই আইনখন বাতিল আৰু কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
কলগাছিয়াত কৃষক মুক্তিৰ কেব বিৰোধী প্ৰতিবাদ - কলগাছিয়াত কৃষক মুক্তিৰ প্ৰতিবাদ বাতৰি
শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াতো কেবৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদত ৷ জাতিধ্বংসী এই আইনখন বাতিল আৰু কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

কলগাছিয়া, 13 ডিচেম্বৰঃ লোকসভা তথা ৰাজ্যসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক 1019 ৷ বৃহস্পতিবাৰে মাজনিশা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিধেয়কখনত স্বাক্ষৰ কৰাৰ পাচতে পৰিণত হয় আইনলৈ ৷ আনহাতে, শুকুৰবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বৰপেটা জিলাৰ কলগাছিয়াতো বিধেয়কখন বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদত ৷ কলগাছিয়া বজাৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কলগাছিয়া বজাৰত সাব্যস্ত কৰে প্ৰতিবাদ ৷ জাতিধ্বংসী এই আইনখন বাতিল আৰু কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
slug: as_jania_13dec_kalgachia_kmss&smss_protest_vis1+byt1+pho1_story_asc10058
VO: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক খন বাতিলৰ দাবীত আজি কলগাছিয়া বজাৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে কলগাছিয়া বজাৰত প্ৰতিবাদ সাব্যস্ত কৰে। অসংবিধানীক সাম্প্ৰদায়িক অসম চুক্তি বিৰোধী অসম আৰু অসমীয়া জাতিধ্বংসী নাগিৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল আৰু কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত এই প্ৰতিবাদ।
Byt: প্ৰতিবাদকাৰী।
জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
Conclusion: